মহীশূৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

infobox added
41 নং শাৰী:
মহীশূৰ ইয়াত থকা ঐতিহ্যমণ্ডিত ঠাই আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। দশেহৰা উৎসৱৰ সময়ত ইয়ালৈ দেশ বিদেশৰ পৰ্যটকে ভীৰ লগায়। ইয়াৰ মহীশূৰ দশেহৰা, মহীশূৰ চিত্ৰ, মহীশূৰ পাক(মিঠাই), মহীশূৰ মচলা দোচা, মহীশূৰ চণ্ডাল চাবোন, মহীশূৰ চিঞাহী, মহীশূৰ পেটা(স্থানীত পাগুৰি) আৰু মহীশূৰ শাৰী ইত্যাদি অন্যতম। পৰ্যটনেই ইয়াৰ মূল উদ্যোগ হিচাপে চিহ্নিত হৈছে যদিও আন উদ্যোগো নথকা নহয়। ইয়াৰ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মূখ্যতঃ ৰেল, বাছ আৰু দশেহৰাৰ সময়ত বিমান পৰিবহণ ব্যৱস্থা সক্ৰিয় হৈ পৰে। ভাৰতৰ প্ৰথম ব্যক্তিগত [[ৰেডিঅ']] সংস্থা মহীশূৰতেই আছিল। [[মহীশূৰ বিশ্ববিদ্যালয়]]ৰ মুখ্য কাৰ্যালয়ো ইয়াত অৱস্থিত। ক্ৰিকেট, লন টেনিছ ইয়াত জনপ্ৰিয় খেল।
==ব্যুৎপত্তি==
মহীশূৰৰ অৰ্থ হৈছে মহীষা ([[কন্নড় ভাষা]]ৰ শব্দ)-ৰ বাসস্থান। [[সংস্ক্তসংস্কৃত]]ৰ পৰা চাবলৈ গ'লে ইয়াৰ অৰ্থ হৈছে ম'হ। এই মহীষা নামটো আহিছে হিন্দু পৌৰাণিক কাহিনীৰ দৈত্য মহীষাশূৰৰ পৰা, যিয়ে মানুহ আৰু ম'হৰ ৰূপ ধাৰণ কৰিব পাৰিছিল আৰু মহীশূৰ ৰাজ্যৰ ৰজা আছিলআছিল।<ref name="orig">{{cite news|url=http://archive.deccanherald.com/Deccanherald/Nov32006/sesame1148592006112.asp |last=Vasudeva|first=Rashmi|title=Land of milk and honey|newspaper=The Deccan Herald|date=3 November 2006|accessdate=12 November 2007}}</ref> দৈত্য মহীষাশূৰক বধ কৰিছিল চামুণ্ডেশ্বৰী দেৱীয়ে আৰু তেওঁৰ নামেৰে চামুণ্ডি পাহাৰৰ শীৰ্ষত এক মন্দিৰ আছে। তাৰ পাছৰে পৰা নামটো মহীষপুৰ হয় আৰু পাছলৈ মহীশূৰ হৈ পৰেপৰে।<ref>{{Cite book|url=https://books.google.com/books?id=xLsLAAAAIAAJ&q=mahishapura&dq=mahishapura&hl=en&sa=X&ved=0ahUKEwjt3u39xuPSAhUI_4MKHbcVCBUQ6AEIHDAA|title=Cultural profiles of Mysore City|last=Station|first=Anthropological Survey of India South India|date=1978-01-01|publisher=Anthropological Survey of India, Govt. of India|language=en}}</ref> পাছত বৃটিছসকলৰ আগমনৰ পাছত এই নামটো মাইচৰ নামেৰে প্ৰসিদ্ধ হৈ পৰেপৰে।<ref name="dejagou">Deve Gowda Javare Gowda (1998), p. 82.</ref>
 
২০০৫ চনৰ ডিচেম্বৰত কৰ্ণাটকৰ ৰাজ্য চৰকাৰে মহানগৰখনৰ [[ইংৰাজী]] নামটো Mysuru কৰাৰ সিদ্ধান্ত কৰে<ref name="ann">{{cite news|url=http://www.hindu.com/2005/12/19/stories/2005121906010600.htm|title=They will be Belagavi, Mangalooru, Mysuru from November next |newspaper=The Hindu|date=19 December 2005|accessdate=14 December 2007}}</ref> আৰু ২০১৪ চনৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে এই সিদ্ধান্তক আদৰণি জনায়জনায়।<ref>{{cite news|last1=Renaming|first1=Cities|title=Bangalore, Mysore, Other Karnataka Cities to be Renamed on 1 November|url=http://www.ibtimes.co.in/bangalore-mysore-other-karnataka-cities-be-renamed-1-november-611683|issue=ibtimes.co.in|publisher=ibtimes.co.in|date=18 October 2014}}</ref><ref>{{cite news|last1=Renaming|first1=Cities|title=Centre nod for Karnataka's proposal on renaming cities|url=http://www.thehindu.com/news/national/karnataka/centre-nod-for-karnatakas-proposal-on-renaming-cities/article6514079.ece|publisher=The Hindu|date=18 October 2014}}</ref><ref>{{cite news|last1=New City|first1=Names to Karnatka|title=New name for cities|url=http://www.thehindu.com/news/national/karnataka/from-bangalore-to-bengaluru/article6553314.ece|accessdate=1 November 2014|publisher=The Hindu}}</ref>
 
==ভৌগোলিক অৱস্থান==
"https://as.wikipedia.org/wiki/মহীশূৰ"ৰ পৰা অনা হৈছে