মেকুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ভাষাটো আৰু অলপ অসমীয়া কৰিলোঁ।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
4 নং শাৰী:
|image=Cat poster 1.jpg
|image_width=250px
|image_caption=মেকুৰীৰছয় ছটাধৰণৰ প্ৰকাৰমেকুৰী
|regnum=[[Animal]]ia
|phylum=[[Chordate|Chordata]]
31 নং শাৰী:
|publisher=[[Integrated Taxonomic Information System]]
|location=Reston, Virginia
|accessdate=14 December 2011}}</ref> ('''''Felis catus''''' বা '''''Felis silvestris catus''''')<ref name="ITIS F.c." /> বোৰ হৈছে তুলানামূলকভাৱে সৰু আকাৰৰ কিছুমান [[মাংসভোজী]] [[ঘৰুৱাকৰণ|পোহনীয়া]] [[স্তন্যপায়ী প্ৰাণী|স্তন্যপায়ী জন্তু]]। সাধাৰণতে ঘৰুৱাভাৱে পালিতপলা অৱস্থাত ইহঁতক মেকুৰী বুলিয়েই কোৱা হয় আৰু অন্যআন মেকুৰীজাতীয় প্ৰাণীৰ পৰা পৃথককৈবেলেগকৈ চিনাক্তকৰণৰ কোনো প্ৰয়োজন নেথাকে।<ref name="AHD">{{cite book
|url= http://education.yahoo.com/reference/dictionary/entry/housecat
|title=Housecat
40 নং শাৰী:
|year=2010
|accessdate=6 October 2010
}}</ref> ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক [[মানুহ|মানুহে]] অধিকবৰ গুৰুত্ব প্ৰদান কৰে।দিয়ে।
 
মেকুৰীৰ শক্তিশালী দেহগা, আৰু সৰু চিকাৰ মাৰিব পৰা তীক্ষ্ণচোকা [[দাঁত]] থাকে। ইহঁতে অতি দ্ৰুত প্ৰতিক্ৰিয়া প্ৰদৰ্শনবৰ কৰে।খৰ। ইহঁতে [[নিগনি]] বা অন্যআন ক্ষুদ্ৰসৰু প্ৰাণীয়ে সৃষ্টি কৰা অতিপ্ৰাণীৰ উচ্চ কম্পনাংকৰ শব্দ শুনা পায়, যিবোৰ মানুহে নুশুনে। ইহঁতে প্ৰায় আন্ধাৰতো দেখা পায়। অন্য বেছিভাগ আন স্তন্যপায়ীৰ দৰেই ইহঁতে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে আৰু মানুহতকৈ ঘ্ৰাণশুঙা শক্তি বেচিবেছি প্ৰখৰ।কাঢ়া।
 
২০০৭ চনৰ এক জিনীয় অধ্যয়ন এটাৰ মতে পোহনীয়া মেকুৰীবোৰ খ্ৰীষ্টপূৰ্ৱ প্ৰায় ৮,০০০ বৰ্ষতেচনতে [[পশ্চিম এছিয়া]]ত [[আফ্ৰিকীয় বনমেকুৰী]]ৰ (''Felis silvestris lybica'') পৰা ৰূপান্তৰিত হৈছিল।<ref name="9500 years">{{cite web
|title=Oldest Known Pet Cat? 9,500-year-old Burial Found on Cyprus
|url= http://news.nationalgeographic.com/news/2004/04/0408_040408_oldestpetcat.html
51 নং শাৰী:
|work=National Geographic News
|publisher=National Geographic Society
}}</ref> মেকুৰীবোৰমেকুৰী পৃথিৱীৰ অতিবৰ জনপ্ৰিয় পোহনীয়া জন্তু, আৰু বৰ্তমান মানুহ বসবাস কৰাথকা প্ৰায় সকলো স্থানতেঠাইতে ইহঁতক পোৱা যায়।<ref name="SciAm">{{cite web
|url= http://www.scientificamerican.com/article.cfm?id=the-taming-of-the-cat
|title=The Evolution of House Cats
"https://as.wikipedia.org/wiki/মেকুৰী"ৰ পৰা অনা হৈছে