চাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
60 নং শাৰী:
চাদক তিনটা ভৌগোলিক অঞ্চলত ভাগ কৰা যায়: উত্তৰৰ [[চাহাৰা]] মৰুভূমি অঞ্চল, মধ্যভাগৰ ঊষৰ চাহেলীয় বেষ্টনী, আৰু দক্ষিণৰ অপেক্ষাকৃত উৰ্বৰ চুদানীয় চাভানা তৃণভূমি অঞ্চল। চাদ হ্ৰদ দেশখনৰ বৃহত্তম আৰু আফ্ৰিকাৰ দ্বিতীয় বৃহত্তম জলাশয়। এই হ্ৰদেৰ নামেৰে দেশখনৰ চাদ নামকৰণ কৰা হৈছে। চাহাৰা অঞ্চলত অৱস্থিত তিবেস্তি পৰ্বতমালাৰ এমি কৌচি চাদৰ সৰ্বোচ্চ পৰ্বতশৃংগ। ৰাজধানী [[এনজামেনা]] দেশখনৰ বৃহত্তম চহৰ। চাদত ২০০ কৈ বেছি ধৰণৰ জাতিগত আৰু ভাষাভিত্তিক গোষ্ঠীয়ে বাস কৰে। ফৰাচী আৰু আৰবী ইয়াৰ চৰকাৰী ভাষা। ইছলাম ধৰ্ম সবাতোকৈ বেছি প্ৰচলিত ধৰ্ম।
== ইতিহাস ==
 
[[শ্ৰেণী:আফ্ৰিকাৰ দেশ]]
"https://as.wikipedia.org/wiki/চাদ"ৰ পৰা অনা হৈছে