৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Arranged data
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
'''৪ ছেপ্টেম্বৰ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৪৮ তম ([[অধিবৰ্ষ]]ত ২৪৯ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৮ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==জন্ম==
 
# শিক্ষাবিদ, বিদূষী মহিলা [[ইন্দিৰা মিৰি]]ৰ মৃত্যু হয় ২০০৪ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা [[দাদা ভাই নৰজী]]ৰ জন্ম হয় ১৮২৫ চনত। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰে।
==মৃত্যু==
# [[হেনৰী ফলি নাইট]] অসমৰ ৰাজ্যপাল হয় ১৯৪৬ চনৰ আজিৰ দিনটোতে।
# ২০০২ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড০ [[গোলোক চন্দ্ৰ গোস্বামী]]ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰে।
# ১৮৮২ চনৰ আজিৰ দিনটোতে [[আমেৰিকা]]ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হয়।
# প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা [[হো-ছি-মিন]]ৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে ৷
# শিক্ষাবিদ, বিদূষী মহিলা [[ইন্দিৰা মিৰি]]ৰ মৃত্যু হয় ২০০৪ আজিৰ দিনটোতে।
==অন্যান্য==
# ১৮৮২ চনৰ আজিৰ দিনটোতে [[আমেৰিকা]]ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হয়।
 
# [[হেনৰী ফলি নাইট]] অসমৰ ৰাজ্যপাল হয় ১৯৪৬ চনৰ আজিৰ দিনটোতে।
 
# ২০০২ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড০ [[গোলোক চন্দ্ৰ গোস্বামী]]ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰে।
 
==বাহ্যিক সংযোগ==
 
== বাহ্যিক সংযোগ ==