আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
| native_name =
| type = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|কেন্দ্ৰীয় শাসিত অঞ্চল]]
| image_skyline = Havelockradhanagar2Andaman.jpg
| image_map = Andaman and Nicobar Islands in India (disputed hatched)IN-AN.svg
| map_alt = আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অৱস্থান
| map_caption = ভাৰতৰ মানচিত্ৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অৱস্থান
| latd = 11.68
| longd = 92.77
19 নং শাৰী:
| subdivision_name = {{flag|India}}
| established_title = স্থাপন
| established_date = ১৯৫৬-১১-০১{{Start date|1956|11|1|df=y}}
| parts_type = জিলা
| parts = ৩
27 নং শাৰী:
| seat1 = [[প’ৰ্ট ব্লেয়াৰ]]
| government_footnotes =
<!-- | leader_title = ৰাজ্যপাল
| leader_name = লে. জে. (অৱসৰপ্ৰাপ্ত) ভুপিন্দৰ সিং -->
<!--| unit_pref = Metric or US or UK -->
| area_footnotes =
37 নং শাৰী:
| population_density_km2 = auto
| population_note =
| timezone1 = [[Indianভাৰতীয় Standardমান Timeসময়|ISTভা.মা.স]]
| utc_offset1 = +05:30৩০
| iso_code = [[ISOআন্তঃৰাষ্ট্ৰীয় 3166মান সংস্থা ৩১৬৬-2:INআই এন|IN-AN]]
| blank_name_sec1 = [[Humanমানৱ Developmentউন্নয়ন Index|HDIসূচক]]
| blank_info_sec1 = {{increase}}0.778৭৭৮ (<span style="color:#090">Highউচ্চ</span>)
| blank1_name_sec2 = আধিকাৰিক ভাষা
| blank1_info_sec2 = [[হিন্দী]], [[ইংৰাজী]]<ref>"Most of Indian languages are spoken in Andaman and Nicobar Islands because of its cosmopolitan nature. The common language is Hindi whereas English and Hindi are used in official correspondence." {{citation |last=Andaman District Administration |title=Profile |url=http://andamandt.nic.in/profile.htm | accessdate = 2007-06-06| archiveurl= http://web.archive.org/web/20070514061313/http://andamandt.nic.in/profile.htm| archivedate= 14 May 2007 <!--DASHBot-->| deadurl= no}}</ref>
48 নং শাৰী:
}}
 
'''আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ''' {{IPAc-en|'|ae|n|d|@|m|@|n|and|'|n|I|k|@|b|ar}} ({{Audio|Andaman.ogg|local}}) হৈছে বঙ্গোপ সাগৰ[[বংগোপসাগৰ]] আৰু আন্দামান সাগৰৰ সন্ধিস্থলৰ এলানি দ্বীপ মালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|কেন্দ্ৰীয় শাসিত অঞ্চল।অঞ্চল]]।
 
অঞ্চলটি [[ইন্দোনেছিয়া]]ৰ আচেহ অঞ্চলৰ উত্তৰত অৱস্থিত, আন্দামান সাগৰে ইয়াক [[থাইলেণ্ড]] আৰু [[ব্ৰহ্ম দেশম্যানমাৰ]]ৰ পৰা পৃথক কৰি ৰাখিছে। অঞ্চলটি দূটা দ্বীপমালা আন্দামান দ্বীপমালা আৰু নিকোবৰ দ্বীপমালাৰে গঠিত। আন্দামান উত্তৰে আৰু নিকোবৰ দক্ষিণে, আন্দামান সাগৰ দ্বীপমালাৰ পূৱত আৰু বংগোপ সাগৰ পশ্চিমত অৱস্থিত।
 
আন্দামানৰ নগৰ [[প’ৰ্টপ'ৰ্ট ব্লেয়াৰ]] কেন্দ্ৰীয় শাসিত অঞ্চলটিৰ ৰাজধানী। অঞ্চলটিৰ ভূ কালি প্ৰায় ৮,২৫০ বৰ্গ কি.মি.। নিকোবৰ দ্বীপসমূহৰ ৰাজধানী কাৰ নিকোবৰ।
 
 
[[Image:Seal of Andaman and Nicobar Islands.svg|thumb]]
 
==ইতিহাস==
Line 70 ⟶ 67:
 
===উপনিবেশিক যুগ===
১৭৫৫ চনৰ ১২ ডিচেম্বৰত ডেনমাৰ্কৰ '''ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী'''য়ে নিকোবৰ দ্বীপত পদাৰ্পণ কৰে। ১৭৫৬ চনৰ ১জানুৱাৰীত১ জানুৱাৰীত নিকোবৰ দ্বীপসমূহত প্ৰথম ডেনমাৰ্কীয় উপনিবেশ স্থাপন কৰা হয়। ইয়াৰ নাম দিয়া হয় '''নিউ ডেনমাৰ্ক'''।<ref name="worldstatesmen.org">http://www.worldstatesmen.org/India_BrProvinces.htm</ref> পাছত (১৯৫৬ চনৰ ডিচেম্বৰ) ইয়াৰ নাম ফ্ৰেডেৰিকচ দ্বীপপুঞ্জ কৰা হয় (''Frederiksøerne'')। ১৭৫৪ৰ পৰা ১৭৫৬লৈকে ইয়াৰ শাসন ডেনিচ ভাৰতৰ ট্ৰেংকুবাৰৰ পৰা পৰিচালনা কৰা হৈছিল। মেলেৰিয়াই মহামাৰী ৰূপ ধৰাত ১৪ এপ্ৰিল ১৭৫৯ৰ পৰা ১৯ আগষ্ট ১৭৬৮, ১৭৮৭ৰ পৰা ১৮০৭, ১৮১৪ৰ পৰা ১৮৩১ আৰু ১৮৩০ৰ পৰা ১৮৩৪ লৈ দ্বীপসমূহক কেইবাবাৰো ডেনিচ উপনিবেশিক সাম্ৰাজ্যৰ পৰা বাদ দিয়া হৈছিল। ১৮৪৮ চনৰ পৰা চিৰকাললৈ এইসমূহ ডেনিচ উপনিবেশিক সাম্ৰাজ্যৰ পৰা বাদ পৰে।<ref name="worldstatesmen.org"/>
 
ডেনিচ সকলে নিকোবৰৰ পৰা নিজৰ উপনিবেশ প্ৰত্যাহাৰ কৰিছে বুলি ভুলকৈ ভাবি লৈ ১জুন ১৭৭৮ৰ পৰা ১৭৮৪ লৈকে অষ্ট্ৰিয়াই নিকোবৰত নিজৰ উপনিবেশ স্থাপন কৰাৰ যো যা কৰি, <ref name="ColVoy">{{cite web | url = http://www.colonialvoyage.com/DanishP.html | title = Chronology of Danish Colonial Settlements | first = Marco | last = Ramerini | publisher = ColonialVoyage.com | accessdate = January 2010}}</ref> এই দ্বীপসমূহক '''থেৰেচিয়া দ্বীপপুঞ্জ''' বুলি নামাকৰণ কৰিছিল।<ref name="worldstatesmen.org"/>
Line 78 ⟶ 75:
১৬ অক্টোবৰ ১৮৬৮ত দ্বীপসমূহৰ অধিকাৰ বৃটিচসকলক বিক্ৰী কৰাৰ পাছত দ্বীপসমূহত ডেনিচ উপনিবেশৰ ইতি পৰে। <ref name="ColVoy" /> ফলত এইসমূহ ১৮৬৯ৰ পৰা [[বৃটিচ ভাৰত]]ৰ অংগ হৈ পৰে।
 
[[File:Andaman Cellular Jail.jpg|thumb|আন্দামানৰ [[চেলুলাৰ জে'ল]]]]
১৮৫৮ চনত বৃটিচে প’ৰ্ট ব্লেয়াৰত আকৌ এটা চাউনি পাতে, ই আগৰটোতকৈ বহু ক্ষেত্ৰত স্থায়ী হয়। আগৰ টোৰ দৰে ইয়াটো দেশন্তৰিত কৰা ভাৰতীয় উপমহাদেশৰ স্বাধীনতা সংগ্ৰামী সকলক ৰখাৰ ব্যৱস্থা কৰা হৈছিল, প্ৰখ্যাত [[চেলুলাৰ কাৰাগাৰজে'ল]] ইয়াতে আছিল।
 
১৮৭২ চনত আন্দামান আৰু নিকোবৰৰ দ্বায়িত্ব প’ৰ্ট ব্লেয়াত থকা মূখ্য কমিচনাৰক দি এইসমূহৰ শাসন কাৰ্য্য একগোট কৰা হয়।
Line 84 ⟶ 82:
[[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ত দ্বীপসমূহ জাপানৰ নিয়ন্ত্ৰত আছিল, নেতাজী [[সুভাষ চন্দ্ৰ বসু]]ৰ আজাদ হিন্দ ফৌজৰ দ্বীপসমূহৰ ওপৰত নিয়ন্ত্ৰণ নামতহে আছিল। যুদ্ধৰ সময়ত সুভাষ চন্দ্ৰ বসুৱে দ্বীপসমূহলৈ গৈছিল আৰু ইয়াক '''স্বহীদ দ্বীপ''' আৰু '''স্বাৰাজ দ্বীপ''' বুলি নকৈ নামাকৰণ কৰিছিল।
 
ভাৰতীয় জাতীয় আৰ্মিৰ জেনেৰেল এ. ডি. ল’গান্থানক সেই সময়ত আন্দামান নিকোবৰৰ গবৰ্নৰ নিয়োগ কৰা হয়, তেওঁ ভাৰতীয় জাতীয় আৰ্মিৰ মেজৰ মনচুৰ আলি আলভি, চাব লেফটেনেন্ট মহম্মদ ইকবাল, লেফটেনেন্ট চুবা সিং আৰু ষ্টেন’গ্ৰাফাৰ শ্ৰীনিবাসনৰ সৈতে ১৯৪৪ চনৰ ২২ফেব্ৰুৱাৰীত লম্বা লাইন বিমানকোঠত উপস্থিত হয়। ২১ মাৰ্চ ১৯৪৪ত আবেৰদীন বজাৰৰ গুৰুদ্বাৰৰ সমীপত অসামৰিক প্ৰসাসনিক কাৰ্য্যালয় স্থাপন কৰা হয়। ১৯৪৪ চনৰ ২ অক্টোবৰত কৰ্ণেল এ. ডি. ল’গান্থানে তেওঁ কাৰ্য্য ভাৰ মেজৰ আলভিক অৰ্পণ কৰে আৰু চিৰদিনলৈ প’ৰ্ট ব্লেয়াৰ এৰি যায়। <ref>"Black Days in Andaman and Nicobar Islands" by [[Rabin Roychowdhury]], [Pub. Manas] Pubs. New Delhi</ref> ১৯৪৫ চনৰ ৭ অক্টোবৰত দ্বীপসমূহ পুনৰ বৃটিচৰ অধীনলৈ আহে, ১১৬শ ইণ্ডিয়ান ইনফেণ্ট্ৰি বিগ্ৰেডৰ আগত থাকি যোৱা জাপানী বাহিনীয়ে আত্ম সমৰ্পণ কৰে।
 
==তথ্য সংগ্ৰহ==