উদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{confuse|উট}}
{{Taxobox
| name = Otter
Line 28 ⟶ 29:
}}
 
'''উদ''' ({{ lang-en|otter}}) এবিধ উভচৰ প্ৰাণী৷ উদ সাধাৰণতে নৈ,জান-জুৰি,হ্ৰদ,দ-পথাৰ,পুখুৰী আদিত থাকে৷ পানীৰ কাষত থকা শিলৰ ফাঁক,গছৰ শিপাৰ ফাঁক বা জোপোহাৰ মাজতো সোমাই থাকে৷ ইহঁতে পানীত সাঁতুৰি-নাদুৰি ঘুৰি ফুৰে যদিও মাটিতো সমানেই ঘূৰি-ফুৰা দেখা যায় বাবেই উদক উভচৰ প্ৰাণী বলি কোৱা হয়৷ মাটি আৰু পানী দুয়ো স্থানতে সমানে ঘূৰিব পৰাকৈ ইহঁতৰ শৰীৰ গঠিত৷ উদৰ দৰে মাটিত থকা প্ৰাণীৰ ভিতৰত অন্য কোনো জন্তু পানীত ইমান শক্তিশালী নহয়৷ উদৰ প্ৰধান খাদ্য মাছ৷ উদ মাছ ধৰাত পাকৈত৷ মাছমৰীয়াই মাছ মাৰিবলৈ ভেটা দিয়া সময়ত নাথাকিলে উদে সকলো মাছ খাই পেলাব পাৰে৷ সেয়েহে আমাৰ মাজত এষাৰ প্ৰবচন আছে যে – “উদক ভেটা ৰখীয়া পতা”৷ উদ অষ্ট্ৰেলিয়াৰ বাহিৰে পৃথিৱীৰ সকলো ঠাইতেই পোৱা যায়৷ অসমতো ইয়াৰ বহু প্ৰজাতি আছে৷ উদ সাধাৰণতে মানুহৰ চকুত ধৰা নপৰে৷<ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু | author= জিতু কলিতা | journal= প্ৰান্তিক | year= ২০১২ | month= ১৬ - ২৯ ফেব্ৰুৱাৰি | volume= ৩১শ বছৰ | issue= ৬ষ্ঠ সংখ্যা | pages=২৪ - ২৫ }} </ref>
 
==উদৰ প্ৰজাতিসমূহ==
Line 115 ⟶ 116:
এই প্ৰাণীবিধ জীয়াই থাকিবলৈ বিভিন্ন বাধাৰ সন্মুখীন হব লগা হৈছে৷ নৈ,জান,জুৰিৰ কাষত আৰু দ পথাৰ আদি পুতি মানুহৰ বসতিস্থান কৰা বাবে ইহঁত সাধাৰণতে আমাৰ পৰিবেশৰপৰা আঁতৰি যাবলৈ বাধ্য হৈছে৷ যাৰ বাবে ইহঁতৰ বংশ বৃদ্ধি কমিবলৈ ধৰিছে৷
==তথ্য সংগ্ৰহ==
 
{{Reflist}}
 
[[শ্ৰেণী:স্তন্যপায়ী প্ৰাণী]]
[[শ্ৰেণী:মাংসভোজী]]
[[শ্ৰেণী:স্তন্যপায়ী প্ৰাণী]]
[[শ্ৰেণী:জলচৰ প্ৰাণী]]
"https://as.wikipedia.org/wiki/উদ"ৰ পৰা অনা হৈছে