প্ৰসংগ প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
8 নং শাৰী:
 
==জড় প্ৰসংগ প্ৰণালী==
[[Image:Inertial frames.PNGsvg|250px|thumbnail|চিত্ৰ ১: দুটা প্ৰসংগ প্ৰণালী <math>\stackrel{\vec v}{}</math> আপেক্ষিক বেগত গতি কৰে। ''S' '' প্ৰসংগ প্ৰণালীটোৰ ''S'' প্ৰণালীৰ সাপেক্ষে স্বতন্ত্ৰ কিন্তু নিৰ্দিষ্ট এক আৱৰ্তন আছে। দুয়োটা প্ৰণালী “জড় প্ৰসংগ প্ৰণালী” হ’ব যদি কোনো এটা বস্তুক গতি প্ৰদান কৰিব পৰাকৈ বস্তুটোৰ ওপৰত কোনো বলে ক্ৰিয়া নকৰে। যদি তেনে গতি কোনো এটা প্ৰণালীত দেখা যায় তেন্তে একেধৰনৰ গতি আনটো প্ৰণালীতো দেখা যাব।]]
 
কোনো এটা প্ৰসংগ প্ৰণালী যদি সময় নিৰপেক্ষ হয়, অৰ্থাৎ প্ৰসংগ প্ৰণালীটো যদি স্থিৰ হৈ থাকে বা সুষম বেগত (শূণ্য ত্বৰণত) গতি কৰি থাকে তেন্তে তেনে প্ৰণালীক জড় প্ৰসংগ প্ৰণালী বোলা হয়। কোনো এটা জড় প্ৰসংগ প্ৰণালীৰ জোখমাখক '''গেলিলিওৰ ৰূপান্তৰণ সমীকৰণ''' (নিউটনীয় বলবিজ্ঞানত) বা '''লৰেণ্ট্‌জৰ ৰূপান্তৰণ সমীকৰণ''' ([[বিশেষ আপেক্ষিকতাবাদ]]ত) আদি সৰল ৰূপান্তৰণ সমীকৰণ ব্যৱহাৰ কৰি অন্য এটা জড় প্ৰসংগ প্ৰণালীৰ জোখমাখলৈ পৰিৱৰ্তণ কৰিব পাৰি।