২১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
'''২১ অক্টোবৰ ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৯৪ তম ([[অধিবৰ্ষ]]ত ২৯৫ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭১ টা দিন বাকী থাকে৷
==ঘটনাপঞ্জী==
*১২৯৬ - [[আলাউদ্দিন খিলিজী]]ৰ দিল্লীৰ সিংহাসনত আৰোহণ।
*১৮০৫ - ঐতিহাসিক [[ট্ৰেফেলগাৰ যুদ্ধ]]ত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনী জয়লাভ।
*১৯৩৪ - জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দলৰ গঠন।
*১৯৩৪ - [[মাও-ছে-তুঙ জেদং|মাও-ছে-তুঙে জেদঙে]] বিখ্যাত লং মাৰ্চৰ শুভাৰম্ভ।শুভাৰম্ভ কৰে।
*১৯৪৩ - ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুয়েবসুৱে আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা।
*১৯৯১ - [[কপিলদেৱ]]ৰ দ্বাৰা এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলৰ বিশ্ব অভিলেখ।
*১৯৯৯ - প্ৰবীণ প্ৰযোজক তথা পৰিচালক [[বি আৰ চোপ্ৰা]]লৈ ১৯৯৮ চনৰ দাদা চাহেব[[দাদাচাহেব ফাল্কে বঁটা।বঁটা]]।
*১৯৯৯ - ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ।
*২০০১ - বিশ্ব জুনিয়ৰ হকীত ভাৰতৰ চেম্পিয়ন খিতাপ দখল।