বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{ infobox writer
| name = ড°বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যভট্টাচাৰ্য্্য
| image = birendra_kumar_bhattacharya.jpg
| imagesize = 200px
30 নং শাৰী:
| influences =
| influenced =
| awards = [[সাহিত্য একাডেমীঅকাদেমি বঁটা]] (১৯৬০)<br> [[জ্ঞানপীঠ বঁটা]] (১৯৭৯)
| signature =
| signature_alt =
36 নং শাৰী:
}}
 
ড° '''বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যভট্টাচাৰ্য্্য''' (১৪ অক্টোবৰ,১৯২৪-৬ আগষ্ট,১৯৯৭) [[অসমীয়া ভাষা]]ৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক ৷ তেওঁ ১৯৭৯ চনত "[[মৃত্যুঞ্জয়]]" উপন্যাসৰ বাবে ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল <ref>{{cite web|url=http://jnanpith.net/laureates/index.html|title=Jnanpith Laureates Official listings|publisher=[[Jnanpith]] Website}}</ref>৷ তেওঁ ১৯৬১ চনত "[[ইয়াৰুইংগম]]" গ্ৰন্থৰ বাবে [[সাহিত্য একাডেমী অকাদেমি বঁটা]]ও লাভ কৰিছিল <ref>George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19 </ref>। ২০০৫ চনত ''Love in the Time of Insurgency'' নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায় <ref>{{cite news|url=http://www.hinduonnet.com/2005/07/15/stories/2005071502370200.htm|title=Life beyond violence, vendetta|date=July 15, 2005|work=[[The Hindu]]}}</ref>। ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে [[অসম সাহিত্য সভা]]ৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল ৷
 
==চমু জীৱনী==