ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
অসমৰ কেইটামান ইউটিউব চেনেলৰ নাম উল্লেখ কৰা হ'ল ।
64 নং শাৰী:
 
কিছুমান [[স্মাৰ্ট ফ’ন]]অত ইউটিউবৰ ভিডিঅ’ চাব পাৰি কিন্তু সেইটো নিৰ্ভৰ কৰিব তাৰ চাৰ্ভিচ প্ৰ’ভাইদাৰ আৰু ডাটা প্লেনৰ ওপৰত। প্ৰথম ইউটিউব ম’বাইল ২০০৭ চনৰ জুলাই মাহত মুকলি কৰা হৈছিল আৰু ই RTSP পদ্ধতি ব্যৱহাৰ কৰিছিল।<ref>{{cite web|url=http://m.youtube.com/|title=YouTube Mobile}}</ref> সকলো ইউটিউব ভিডিঅ’ জালস্থানটোৰ ম’বাইল ভাৰ্ছনত উপলব্ধ নহয়।<ref>{{cite web|url=http://googlesystem.blogspot.com/2007/06/mobile-youtube.html|title=Mobile YouTube|author=Google Operating System|date=June 15, 2007|accessdate=January 17, 2009}}</ref>
 
=== অসমীয়া ইউটিউব চেনেল ===
দেশ-বিদেশৰ লগতে সমগ্ৰ অসমতো ইউটিউবে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে । অসমৰ অতি জনপ্ৰিয় ইউটিউব চেনেল এটি হৈছে [https://www.youtube.com/assamesemuslims আচমিচ ইনফটেন্টমেন্ট চেনেল] আৰু তেঁওলোকৰ ৱেবচাইটো হৈছে [https://www.assameseinfo.com/ আচমিচ ইনফটেন্টমেন্ট] ।
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/ইউটিউব"ৰ পৰা অনা হৈছে