দ্যা ছেণ্টিনেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা দ্য চেণ্টিনেলৰ পৰা দ্যা চেণ্টিনেললৈ Anshuman.jrtয়ে স্থানান্তৰ কৰিলে
No edit summary
1 নং শাৰী:
{{Infobox newspaper
| name = দ্যা চেণ্টিনেলছেণ্টিনেল
| image =
| caption =
24 নং শাৰী:
}}
 
'''দ্যা চেণ্টিনেলছেণ্টিনেল''' ({{lang-en|The Sentinel}}) এখন দৈনিক [[ইংৰাজী]] বাতৰি কাকত। ১৯৮৩ চনত [[গুৱাহাটী]]ত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় অাৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা অাৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত অাৰু জনপ্ৰিয়। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, [[ডিব্ৰুগড়]], [[শ্বিলং]] অাৰু [[ইটানগৰ]]ৰ পৰা একেসময়তে প্ৰকাশ পায়। চেণ্টিনেলছেণ্টিনেল গোষ্ঠী [[উত্তৰ-পূব ভাৰত]]ৰ এক বৃ্হৎ সংবাদ গোষ্ঠী।
 
দ্যা চেণ্টিনেলছেণ্টিনেল কাকতখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮৩ চনত গুৱাহাটীত অাৰু জ্যেষ্ঠ সাংবাদিক [[ধীৰেন্দ্ৰনাথ বেজবৰুৱা]] অাছিল কাকত খনৰ প্ৰতিষ্ঠাপক সম্পাদক।
 
==বাহ্যিক সংযোগ==
* [http://www.sentinelassam.com দ্যা চেণ্টিনেলৰছেণ্টিনেলৰ ইণ্টাৰনেট সংস্কৰণ]
 
{{অসমৰ বাতৰি কাকত আৰু আলোচনী}}