চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
ছাজিদুল ইছলাম (আলোচনা | বৰঙণি) অ পৃষ্ঠা চাল্লাহু আলাইহি ওয়াছাল্লামৰ পৰা চাল্লাল্লাহু আলাইহি ওয়াছাল্লামলৈ ছাজিদুল ইছলাময়ে স্থানান্তৰ কৰিলে: বানান ভুলহৈ আছিল। |
Mrakibahmed (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
({{lang-ar|عليه السلام}})
'''''আলাইহি-আছ-ছালাম''''' হ'ল এটা [[বাগধাৰা]] বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- '''তেখেতৰ উপৰত শান্তি বৰ্ষিত হওঁক'''। যিটো [[ধাৰ্মিক]] [[মুছলিম]]সকলে
যিকোনো ভাষাতেই এটা মহান সম্মান আৰু শ্ৰদ্ধাৰ এটা চিহ্নস্বৰূপ।<ref name=IU/><ref name=Esposito128>John L. Esposito, ''What Everyone Needs to Know about Islam'', Second Edition (ইংৰাজী), (New York: Oxford University Press, 2011), p. 128</ref>মুছলিমসকলে এই বাগধাৰাটো মুহাম্মাদ(ছাঃ)ৰ বাবে আল্লাহৰ আশীৰ্বাদ প্ৰাৰ্থনাৰ উদ্দেশ্যেৰে উচ্চাৰিত কৰে বা লিখে আৰু বিনিময়ত আল্লাহেও সিহঁতক আশীৰ্বাদ কৰে বুলি সিহঁতে বিশ্বাস কৰে।<ref name=Esposito128/> এই বাগধাৰাটো মুছলিম বিশ্বৰ বেচৰকাৰী আৰু বহত ক্ষেত্ৰত চৰকাৰী কাগজপত্ৰতো লিখা-লিখিতো ব্যৱহৃত হয়।<ref name=Esposito128/> ইছলামৰ প্ৰধান ধৰ্মগ্ৰন্থ [[কোৰআন]]ত এই সম্মান প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। [[কোৰআন]]ত কোৱা হৈছে,
|