১৫ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
==উল্লেখযোগ্য ঘটনা==
এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
*1903১৯০৩ চনৰ এই দিনটোতে মৰিছ মিচটমে নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে।কৰে আৰু কম সময়ৰ ভিতৰতে পৃথিবীজুৰিপৃথিৱীজুৰি অতি জনপ্ৰিয় হৈ উঠে।
*১৮৭৯ চনৰ এই দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰৱেশৰ অনুমতি লাভ কৰে।
== জন্ম ==
*১৫৬৪ চনত "আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" [[গেলিলিঅ’ গেলিলি]]ৰ জন্ম (মৃত্যু – ৮ জানুৱাৰী ১৬৪২)। তেওঁ ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল। ১৬০৯ চনত উন্নত ধৰণৰ দূৰবীক্ষণ যন্ত্ৰ নিৰ্মাণ আৰু জ্যোতিৰ্বিদ্যাত এই যন্ত্ৰৰ সাৰ্থক প্ৰয়োগ কৰে। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত তেওঁ বৃহস্পতি গ্ৰহৰ চাৰিটা উপগ্ৰহ আবিষ্কাৰআৱিষ্কাৰ কৰে। ১৬১০ চনত তেওঁ শনিৰ বলয় আবিষ্কাৰআৱিষ্কাৰ কৰে। উল্লেখযোগ্য যে তেওঁ চন্দ্ৰ কলংকৰো আৱিস্কাৰ কৰিছিল। সেই সময়ৰ বিস্বাস আছিল যে সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে কিন্তু গেলিলিও প্ৰথমে তাৰ বিপৰীতে পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে এই কথা ঘোষণা কৰাৰ কাৰণে তেওঁক নাস্তিকতাৰ দোষত মৃত্যুদণ্ড দিয়া হয়।
== মৃত্যু ==
*১৯৩৬ চনৰ এই দিনটোতে [[নবীন চন্দ্ৰ বৰদলৈ|কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ]]ৰ মৃত্যু হয়।