প্ৰযুক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 123 interwiki links, now provided by Wikidata on d:q11016 (translate me)
Replacing Astronaut-EVA.jpg with File:Bruce_McCandless_II_during_EVA_in_1984.jpg (by CommonsDelinker because: File renamed: Criterion 2 (meaningless or ambiguous name)).
1 নং শাৰী:
[[চিত্ৰ:Astronaut-Bruce McCandless II during EVA in 1984.jpg|thumb|right|বিংশ শতিকাৰ মাজভাগমানত মানুহে পৃথিৱীৰ বায়ুমণ্ডল এৰি প্ৰথমবাৰৰ বাবে [[মহাকাশ]]লৈ যাবলৈ জোখাৰ প্ৰযুক্তিগত জ্ঞান লাভ কৰিলে]]
'''প্ৰযুক্তি''' হৈছে কোনো সমস্যা সমাধানৰ বাবে নাইবা কোনো কামত লগাবৰ বাবে [[সঁজুলি]], কৌশল, শিল্প, প্ৰণালী বা সজোৱাৰ পদ্ধতিৰ সৃষ্টি কৰা, ব্যৱহাৰ কৰা আৰু জ্ঞান লাভ কৰা। প্ৰযুক্তি শব্দৰ ইংৰাজী প্ৰতিশব্দ ‘technology’ আহিছে গ্ৰীক τεχνολογία (technología) (মূল τέχνη অৰ্থাৎ téchnē) শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল কলা, দক্ষতা বা শিল্প।<ref name="mwdict">{{cite web| url=http://mw1.merriam-webster.com/dictionary/technology|title=Definition of technology|accessdate=2007-02-16|publisher=Merriam-Webster}}</ref> শব্দটো সাধাৰণভাৱে নাইবা কোনো বিশেষ ক্ষেত্ৰত যেনে: "''নিৰ্মান প্ৰযুক্তি''", "''স্বাস্থ্য প্ৰযুক্তি''", "''[[তথ্য প্ৰযুক্তি]]''" আদিত প্ৰয়োগ কৰিব পাৰি।
 
"https://as.wikipedia.org/wiki/প্ৰযুক্তি"ৰ পৰা অনা হৈছে