অসম দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:আহোম সাম্ৰাজ্য বিলোপ কৰা হ’ল; শ্ৰেণী:আহোম ৰাজ্য যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়...
Typo
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
27 নং শাৰী:
}}
 
২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ [[অসম]]বাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে [[চুকাফা|চাওলুং চ্যুকাফা]]ই [[পাটকাই পৰ্বত]] পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণীআৰম্ভণি ঘটে।<ref name="খবৰ"> অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref>
 
==অসম দিৱসৰ উৎপত্তি==
"https://as.wikipedia.org/wiki/অসম_দিৱস"ৰ পৰা অনা হৈছে