৫ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
'''৫ ডিচেম্বৰ''' {{enwiki|5 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৯ তম ([[অধিবৰ্ষ]]ত ৩৪০ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# ১৯৫০ চনৰ আজিৰ দিনটোত চীনা সৈন্যই [[উত্তৰ কোৰিয়া]]ৰ ৰাজধানী [[প্যংয়াং]]ৰ পৰা [[ৰাষ্ট্ৰ সংঘ]]ৰ বাহিনীক খেদি পঠিয়াই ।
# [[শ্ৰীলংকা]]ৰ সৈন্যয়ে ১৯৯৫ চনৰ আজিৰ দিনটোত ৪৯ দিন চলা অভিযানৰ অন্তত টামিল টাইগাৰ বাহিনীৰ পৰা [[জাফনা]] দখল কৰে ।
# ১৯৬৯ চনৰ ৫ ডিচেম্বৰ তাৰিখে অসমবাসীয়ে কৰা আন্দোলনৰ ফলস্বৰূপে অসমৰ তৃতীয়টো শোধনাগাৰ ভাৰত চৰকাৰে [[বঙাইগাঁও তেল শোধনাগাৰ]] আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প স্থাপন কৰিবলৈ লোৱাৰ কথা ঘোষণা কৰিছিল।
 
===জন্ম===
* ১৯০১ - [[ৱাল্ট ডিজনী]], আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক (মৃ: ১৯৬৬)
* ১৯০১ - [[হাইজেনবাৰ্গ]], ন'বেল বটা প্ৰাপ্ত এজন জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী আৰু বিজ্ঞানৰ কোৱাণ্টাম বলবিজ্ঞান(quantum mechanics) ভাগটোৰ এজন গুৰুত্বপূৰ্ণ অৱদনকাৰী তথা সৃষ্টকৰ্তা (মৃ: ১৯৭৬)
* ১৯১৩ - [[আজলিতৰা নেওগ]], অসমীয়া শিশু সাহিত্যিক আৰু কবি (মৃ: ১৯৪৯)
 
===মৃত্য===
* ১৮৭০ - [[আলেকজেণ্ডাৰ ডুমা]], ফৰাচী ঔপন্যাসিক আৰু নাট্যকাৰ আৰু নাট্যকাৰ
* ১৯৫০ - [[শ্ৰী অৰবিন্দ]] {{enwiki|Sri Aurobindo}} , ভাৰতীয় ধৰ্মগুৰু আৰু কবি
 
== বাহ্যিক সংযোগ ==