ভয়েজাৰ ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{Infobox spaceflight
ভয়েজাৰ ১ হৈছে নাছাই সৌৰজগতৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান । ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল । নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ । "ভয়েজাৰ প্ৰগ্ৰেম" ৰ অধীনৰ প্ৰথমখন মহাকাশযান আছিল ভয়েজাৰ ২, যিখন ভয়েজাৰ ১ উৎক্ষেপণৰ মাত্ৰ ১৬ দিন আগেয়ে উৎক্ষেপণ কৰা হৈছিল । ভয়েজাৰ ১ৰ মূল বিশেষত্বটোৱে হৈছে যে এইখন আজিৰ দিনত পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থকা মহাকাশযান । উৎক্ষেপণৰ দিন ধৰি যোৱা ৪০ বছৰতকৈও অধিক সময় এই মহাকাশযানখন নিৰন্তৰ চলনক্ষম হৈ আছে আৰু পৃথিৱীৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ আছে । নাছাৰ 'ডিপ স্পেচ নেটৱৰ্ক'ৰ সহায়ত এতিয়াও ভয়েজাৰ ১ ৰ লগত বিজ্ঞানীসকলে সংযোগ ৰাখিছে ।
| name = ''ভয়েজাৰ ১''
| image = Voyager spacecraft model.png
| image_caption = ''ভয়েজাৰ ১'' মহাকাশযান খনৰ এক আৰ্হি
| image_alt = Model of a small-bodied spacecraft with a large, central dish and many arms and antennas extending from it
| mission_type = বহিঃ গ্ৰহীয়, হেলিঅ'স্ফেয়াৰ, আৰু আন্তঃনাক্ষত্ৰিক মাধ্যম অনুসন্ধান
| operator = নাছা / জেট প্ৰ'পালছন লেবৰেটৰী
| website = {{url|https://voyager.jpl.nasa.gov/}}
| COSPAR_ID = 1977-084A<ref name="nasa.084A">{{cite web | url=https://nssdc.gsfc.nasa.gov/nmc/spacecraftOrbit.do?id=1977-084A | title=Voyager 1 | publisher=NASA/NSSDC | work=NSSDC Master Catalog | accessdate=August 21, 2013}}</ref>
| SATCAT = 10321<ref name="n2yo.10321">{{cite web | url=https://www.n2yo.com/satellite/?s=10321 | title=Voyager 1 | publisher=N2YO | accessdate=August 21, 2013}}</ref>
| mission_duration = {{plainlist|
*{{Age in years, months and days| year=1977| month=09| day=05}} অতিবাহিত
*<small>গ্ৰহীয় অভিযান: ৩ বছৰ, ৩ মাহ, ৯ দিন
*আন্তঃনাক্ষত্ৰিক অভিযান: {{Age in years, months and days|year=1980|month=12|day=14}} অতিবাহিত (অভিযান অব্যাহত)</small>}}
| spacecraft_type =
| manufacturer = জেট প্ৰ'পালছন লেবৰেটৰী
| dry_mass =
| launch_mass = {{convert|৮২৫.৫|kg|abbr=on}}
| power = ৪৭০ ৱাট
| launch_date = {{start-date|৫ ছেপ্তেম্বৰ, ১৯৭৭, ‌‌‌‌12:56:00|timezone=yes}}&nbsp;UTC
| launch_rocket = [[টাইটান IIIE]]
| launch_site = কেপ কানাভেৰল লঞ্চ কমপ্লেক্স ৪১
| launch_contractor =
| last_contact = <!-- {{end-date|[date]}} -->
| decay_date =
| interplanetary =
{{Infobox spaceflight/IP
| type = ফ্লাইবাই
| object = বৃহস্পতি
| distance = {{convert|৩৪৯০০০|km|mi|abbr=on}}
| arrival_date = ৫ মাৰ্চ, ১৯৭৯
}}
{{Infobox spaceflight/IP
| type = ফ্লাইবাই
| object = শনি
| distance = {{convert|১২৪০০০|km|mi|abbr=on}}
| arrival_date = ১২ নৱেম্বৰ, ১৯৮০
}}
{{Infobox spaceflight/IP
| type = ফ্লাইবাই
| object = টাইটান
|note = পৰিৱেশ অধ্যয়ন
| distance = {{convert|৬৪৯০|km|mi|abbr=on}}
| arrival_date = ১২ নৱেম্বৰ, ১৯৮০
}}
 
| programme = ফ্লেগছিপ
| previous_mission = ''ভয়েজাৰ ২''
| next_mission = ''গেলিলিঅ'''
}}
 
'''ভয়েজাৰ ১''' হৈছে নাছাই[[নাছা]]ই সৌৰজগতৰ[[সৌৰজগত]]ৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান । ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল । নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ । "ভয়েজাৰ প্ৰগ্ৰেম" ৰ অধীনৰ প্ৰথমখন মহাকাশযান আছিল ভয়েজাৰ ২, যিখন ভয়েজাৰ ১ উৎক্ষেপণৰ মাত্ৰ ১৬ দিন আগেয়ে উৎক্ষেপণ কৰা হৈছিল । ভয়েজাৰ ১ৰ মূল বিশেষত্বটোৱে হৈছে যে এইখন আজিৰ দিনত পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থকা মহাকাশযান । উৎক্ষেপণৰ দিন ধৰি যোৱা ৪০ বছৰতকৈও অধিক সময় এই মহাকাশযানখন নিৰন্তৰ চলনক্ষম হৈ আছে আৰু পৃথিৱীৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ আছে । নাছাৰ 'ডিপ স্পেচ নেটৱৰ্ক'ৰ সহায়ত এতিয়াও ভয়েজাৰ ১ ৰ লগত বিজ্ঞানীসকলে সংযোগ ৰাখিছে ।
 
[[শ্ৰেণী:মহাকাশযান]]
"https://as.wikipedia.org/wiki/ভয়েজাৰ_১"ৰ পৰা অনা হৈছে