বাইহাটা চাৰিআলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
87 নং শাৰী:
 
==পৰ্য্যটন ক্ষেত্ৰ==
বাইহাটা চালিআলিৰ মূল চ'কটোৰ পৰা তিনি কিল'মিটাৰ আঁতৰত অৱস্থিত [[মদন কামদেৱ]] দেৱালয় প্ৰত্নতাত্ত্বিক সম্পদত চহকী এক প্ৰসিদ্ধ পৰ্য্যটন কেন্দ্ৰ । বাইহাটা চাৰিআলিৰ পৰা উত্তৰে কেই কিল'মিটাৰমান আঁতৰৰ দেউদুৱাৰত গোপেশ্বৰ দেৱালয় অৱস্থিত । দেৱালয়খন ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আছে । তদুপৰি বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী কৰৰাৰ ওচৰত পিংগলেশ্বৰ দেৱালয় অৱস্থিত