বাইহাটা চাৰিআলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
66 নং শাৰী:
 
==যাতায়ত==
দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল হিচাপে স্বাভাৱিকতেই বাইহাটা চাৰিআলিৰ মাজেৰে ওচৰৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহলৈ নিয়মীয়া বাছ চলাচল হয় । অৱশ্যে বাইহাটা চাৰিআলিত দেখা দিয়া অত্যধিক যান-জঁটৰ বাবে চাৰিলেনযুক্ত গুৱাহাটী-ৰঙিয়া,বৰপেটা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথটো শেহতীয়াকৈ বাইপাছ সাজি বাইহাটা চাৰিআলিৰ মূল চ'কটোৰ পৰা কিছু আঁতৰেৰে নিয়া হৈছে । তদুপৰি বাইহাটা চাৰিআলিৰ পৰা চাৰিওদিশৰ [[বেজেৰা]], দেউদুৱাৰ, গোপেশ্বৰ, [[কমলপুৰ]], [[ৰঙিয়া]], বিহদিয়া, মুক্তাপুৰ আদি তুলনামূলকভাৱে ওচৰৰ ঠাইসমূহলৈ টেম্প', মেজিক আদি সৰু বাহনসমূহৰ নিয়মীয়া চলাচল হয় ।
 
বাইহাটা ষ্টেচনটো বাইহাটা চাৰিআলিৰ পৰা নিকটৱৰ্তী ৰে'ল ষ্টেচন ।
 
==শিক্ষানুষ্ঠানসমূহ==