বাইহাটা চাৰিআলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
71 নং শাৰী:
 
==শিক্ষানুষ্ঠানসমূহ==
বাইহাটা চাৰিআলি এক গুৰুত্বপূৰ্ণ শিক্ষাকেন্দ্ৰ । অঞ্চলটোৰ চৌদিশৰ পৰাই শিক্ষাৰ্থীয়ে বাইহাটা চাৰিআলিৰচাৰিআলিত অৱস্থিত শিক্ষানুষ্ঠানসমূহলৈ পঢ়িবলৈ আহে । বাইহাটা চালিআলিৰ অধিকাংশ শিক্ষানুষ্ঠান উত্তৰ দিশৰ মুক্তাপুৰ-গোৰেশ্বৰ সংযোগী পথটোত অৱস্থিত । [[আগদলা হাইস্কুল]] (পূৰ্বে চিতাধিং হাইস্কুল বুলি জনা গৈছিল) বাইহাটা চাৰিআলিত অৱস্থিত সবাতোকৈ পুৰণি হাইস্কুল । মহাবিদ্যালয় পৰ্য্যায়ত [[পূব কামৰূপ মহাবিদ্যালয়]] অঞ্চলটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান । বাইহাটা চাৰিআলিত এখন বি এড মহাবিদ্যালয়ো আছে । যোৱা ২০১৭ বৰ্ষত অসম চৰকাৰে প্ৰতিষ্ঠা কৰা কামৰূপ পলিটেকনিকখনো ইয়াত অৱস্থিত । তদুপৰি শেহতীয়াকৈ বাইহাটা চাৰিআলি অঞ্চলটোত কেবাখনো ব্যক্তিগতখণ্ডৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ মহাবিদ্যালয় স্থাপন হৈছে ।
 
===বিদ্যালয়===