ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
49 নং শাৰী:
 
====আপ-লোড====
সকলো ইউটিউব উপভোক্তায়ে ১৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’বোৰ আপ-লোড কৰিব পাৰে। যিসকল উপভোক্তাই ইউটিউবৰ কমিউনিটি গাইডলাইন সফলভাৱে পালন কৰে তেওঁলোকে অসীম দৈৰ্ঘৰ ভিডিঅ’ আপ-লোড কৰাৰ সুবিধা লাভ কৰে যাৰ কাৰণে তেওঁলোকৰ একাউণ্ট সাধাৰণতে [[মো’বাইলম’বাইল ফোন]]ৰ সহায়ত সত্যাপন কৰিব লাগে।<ref>[http://www.google.com/support/youtube/bin/answer.py?answer=71673 Video length for uploading] YouTube Help. Retrieved November 2, 2011.</ref> ২০০৫ চনত ইউটিউব আৰম্ভ কৰাৰ সময়ত ইয়াত দীঘল দৈৰ্ঘ্যৰ ভিডিঅ’ও আপ-লোড কৰিব পৰা গৈছিল কিন্তু ২০০৬ চনৰ মাৰ্চ মাহত ইয়াত ১০ মিনিটৰ এটা সীমা নিৰ্ধাৰণ কৰা হয় কাৰণ তেতিয়া ইউটিউবত বহুতো দূৰদৰ্শন আৰু কথাছৱিৰ অনাধিকৃত ভিডিঅ’ আপ-লোড কৰা হৈছিলে।<ref>{{cite web| title =YouTube caps video lengths to reduce infringement|author=Fisher, Ken| publisher = Ars Technica| url=http://arstechnica.com/news.ars/post/20060329-6481.html|accessdate=December 4, 2008 }}</ref><ref name="longer">{{cite web| title =Account Types: Longer videos|author=| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?answer=71673&ctx=sibling|accessdate=December 4, 2008 }}</ref> ১০ মিনিটৰ সীমাটো ২০১০ৰ জুলাই মাহত ১৫ মিনিটলৈ বঢ়াই দিয়া হয়।<ref name="15min">{{Cite news|url=http://news.cnet.com/8301-27076_3-20012090-248.html|title=YouTube bumps video limit to 15 minutes|date=July 29, 2010|first=Josh|last=Lowensohn|publisher=CNET|accessdate=July 29, 2010}}</ref> সাধাৰণতে ইউটিউবত আপ-লোড কৰা [[ফাইল]]ৰ আকাৰ ২ [[জিবি]] হয় যদিও [[জাভা]] আধাৰিত আপ-লোডাৰ ব্যৱহাৰ কৰিলে ২০ [[জিবি]]লৈকে আপ-লোড কৰিব পৰা যায়।
 
ইউটিউবত বিভিন্ন [[ক’ন্টেইনাৰ ফ’ৰমেট]]ৰ (container format) ভিডিঅ’ আপ-লোড কৰিব পাৰি যেনে [[ডট এভিআই]] (.AVI), [[ডট এমকেভি]] (.MKV), [[ডট এমওভি]] (.MOV), [[ডট এমপিফ’ৰ]] (.MP4), [[ডট ডিভএক্স]] (.DivX), [[ডট এফএলভি]] (.FLV), [[ডট ওগগ]](.ogg), [[ডট ওজিভি]] (.ogv) ইত্যাদি। এইবিলাকৰ ভিডিঅ’ ফ্’ৰমেট সমূহ এনে ধৰণৰ [[এমপেগ]] (MPEG), [[এমপেগ-ফ’ৰ]] (MPEG-4), [[ভ’ৱ]] (VOB), আৰু [[ডাব্লিউএমভি]] (WMV). [[মবাইল ফ’ন]]ৰ পৰা ইয়াত [[থ্ৰীজিপি]] (3GP) ভিডিঅ’ও আপ-লোড কৰিব পাৰি।<ref>{{cite web| title =Video Formats: File formats|author=| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?answer=55744&topic=10526|accessdate=December 4, 2008 }}</ref> সকলো ইউটিউব ভিডিঅ’ই [[প্ৰ’গ্ৰেছিভ স্কেনিঙ]] (progressive scanning) পদ্ধতি ব্যৱহাৰ কৰে।<ref>{{cite web| title =Getting Started: File formats| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?hl=en&answer=55744 |accessdate=August 14, 2010}}</ref>
"https://as.wikipedia.org/wiki/ইউটিউব"ৰ পৰা অনা হৈছে