ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
51 নং শাৰী:
সকলো ইউটিউব উপভোক্তায়ে ১৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’বোৰ আপ-লোড কৰিব পাৰে। যিসকল উপভোক্তাই ইউটিউবৰ কমিউনিটি গাইডলাইন সফলভাৱে পালন কৰে তেওঁলোকে অসীম দৈৰ্ঘৰ ভিডিঅ’ আপ-লোড কৰাৰ সুবিধা লাভ কৰে যাৰ কাৰণে তেওঁলোকৰ একাউণ্ট সাধাৰণতে [[ম’বাইল ফোন]]ৰ সহায়ত সত্যাপন কৰিব লাগে।<ref>[http://www.google.com/support/youtube/bin/answer.py?answer=71673 Video length for uploading] YouTube Help. Retrieved November 2, 2011.</ref> ২০০৫ চনত ইউটিউব আৰম্ভ কৰাৰ সময়ত ইয়াত দীঘল দৈৰ্ঘ্যৰ ভিডিঅ’ও আপ-লোড কৰিব পৰা গৈছিল কিন্তু ২০০৬ চনৰ মাৰ্চ মাহত ইয়াত ১০ মিনিটৰ এটা সীমা নিৰ্ধাৰণ কৰা হয় কাৰণ তেতিয়া ইউটিউবত বহুতো দূৰদৰ্শন আৰু কথাছৱিৰ অনাধিকৃত ভিডিঅ’ আপ-লোড কৰা হৈছিলে।<ref>{{cite web| title =YouTube caps video lengths to reduce infringement|author=Fisher, Ken| publisher = Ars Technica| url=http://arstechnica.com/news.ars/post/20060329-6481.html|accessdate=December 4, 2008 }}</ref><ref name="longer">{{cite web| title =Account Types: Longer videos|author=| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?answer=71673&ctx=sibling|accessdate=December 4, 2008 }}</ref> ১০ মিনিটৰ সীমাটো ২০১০ৰ জুলাই মাহত ১৫ মিনিটলৈ বঢ়াই দিয়া হয়।<ref name="15min">{{Cite news|url=http://news.cnet.com/8301-27076_3-20012090-248.html|title=YouTube bumps video limit to 15 minutes|date=July 29, 2010|first=Josh|last=Lowensohn|publisher=CNET|accessdate=July 29, 2010}}</ref> সাধাৰণতে ইউটিউবত আপ-লোড কৰা ফাইলৰ আকাৰ ২ জিবি হয় যদিও [[জাভা]] আধাৰিত আপ-লোডাৰ ব্যৱহাৰ কৰিলে ২০ জিবিলৈকে আপ-লোড কৰিব পৰা যায়।
 
ইউটিউবত বিভিন্ন ক’ন্টেইনাৰ ফ’ৰমেটৰ (container format) ভিডিঅ’ আপ-লোড কৰিব পাৰি যেনে ডট এভিআই (.AVI), ডট এমকেভি (.MKV), ডট এমওভিএমঅ'ভি (.MOV), ডট এমপিফ’ৰ (.MP4), ডট ডিভএক্স (.DivX), ডট এফএলভি (.FLV), ডট ওগগঅ'জিজি (.ogg), ডট ওজিভি (.ogv) ইত্যাদি। এইবিলাকৰ ভিডিঅ’ ফ্’ৰমেট সমূহ এনে ধৰণৰ এমপেগএমপিইজি (MPEG), এমপেগএমপিইজি-ফ’ৰ (MPEG-4), ভ’ৱভঅ'বি (VOB), আৰু ডাব্লিউএমভি (WMV). [[মবাইলম’বাইল ফ’নফোন]]ৰ পৰা ইয়াত [[থ্ৰীজিপি]] (3GP) ভিডিঅ’ও আপ-লোড কৰিব পাৰি।<ref>{{cite web| title =Video Formats: File formats|author=| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?answer=55744&topic=10526|accessdate=December 4, 2008 }}</ref> সকলো ইউটিউব ভিডিঅ’ই [[প্ৰ’গ্ৰেছিভ স্কেনিঙ]] (progressive scanning) পদ্ধতি ব্যৱহাৰ কৰে।<ref>{{cite web| title =Getting Started: File formats| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?hl=en&answer=55744 |accessdate=August 14, 2010}}</ref>
 
====থ্ৰী-ডি ভিডিঅ’ সমূহ====
"https://as.wikipedia.org/wiki/ইউটিউব"ৰ পৰা অনা হৈছে