ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
44 নং শাৰী:
 
==বিশেষত্ব সমূহ==
===ভিডিঅ’ ভিডিঅ' প্ৰযুক্তিবিদ্যা ===
==== প্লে'-বে'ক ====
ইউটিউবৰ ভিডিঅ’ভিডিঅ' চাবলৈ ব্যক্তিগত [[কম্পিউটাৰ]] এটাৰ ব্ৰাউজাৰত Adobe Flash Player plug-in স্থাপন কৰাটো প্ৰয়োজনীয়।<ref>{{Cite news| title =Flash moves on to smart phones|author=| publisher = BBC|url=http://news.bbc.co.uk/1/hi/8287239.stm|accessdate=November 30, 2009 | date=October 5, 2009 | first=Jonathan | last=Fildes}}</ref>
 
====আপ-লোড====
সকলো ইউটিউব উপভোক্তায়ে ১৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’বোৰভিডিঅ'বোৰ আপ-লোড কৰিব পাৰে। যিসকল উপভোক্তাই ইউটিউবৰ কমিউনিটি গাইডলাইন সফলভাৱে পালন কৰে তেওঁলোকে অসীম দৈৰ্ঘৰ ভিডিঅ’ভিডিঅ' আপ-লোড কৰাৰ সুবিধা লাভ কৰে যাৰ কাৰণে তেওঁলোকৰ একাউণ্ট সাধাৰণতে [[ম’বাইল ফোন]]ৰ সহায়ত সত্যাপন কৰিব লাগে।<ref>[http://www.google.com/support/youtube/bin/answer.py?answer=71673 Video length for uploading] YouTube Help. Retrieved November 2, 2011.</ref> ২০০৫ চনত ইউটিউব আৰম্ভ কৰাৰ সময়ত ইয়াত দীঘল দৈৰ্ঘ্যৰ ভিডিঅ’ওভিডিঅ'ও আপ-লোড কৰিব পৰা গৈছিল কিন্তু ২০০৬ চনৰ মাৰ্চ মাহত ইয়াত ১০ মিনিটৰ এটা সীমা নিৰ্ধাৰণ কৰা হয় কাৰণ তেতিয়া ইউটিউবত বহুতো দূৰদৰ্শন আৰু কথাছৱিৰ অনাধিকৃত ভিডিঅ’ভিডিঅ' আপ-লোড কৰা হৈছিলে।<ref>{{cite web| title =YouTube caps video lengths to reduce infringement|author=Fisher, Ken| publisher = Ars Technica| url=http://arstechnica.com/news.ars/post/20060329-6481.html|accessdate=December 4, 2008 }}</ref><ref name="longer">{{cite web| title =Account Types: Longer videos|author=| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?answer=71673&ctx=sibling|accessdate=December 4, 2008 }}</ref> ১০ মিনিটৰ সীমাটো ২০১০ৰ জুলাই মাহত ১৫ মিনিটলৈ বঢ়াই দিয়া হয়।<ref name="15min">{{Cite news|url=http://news.cnet.com/8301-27076_3-20012090-248.html|title=YouTube bumps video limit to 15 minutes|date=July 29, 2010|first=Josh|last=Lowensohn|publisher=CNET|accessdate=July 29, 2010}}</ref> সাধাৰণতে ইউটিউবত আপ-লোড কৰা ফাইলৰ আকাৰ ২ জিবি হয় যদিও [[জাভা]] আধাৰিত আপ-লোডাৰ ব্যৱহাৰ কৰিলে ২০ জিবিলৈকে আপ-লোড কৰিব পৰা যায়।
 
ইউটিউবত বিভিন্ন ক’ন্টেইনাৰ ফ’ৰমেটৰ (container format) ভিডিঅ’ভিডিঅ' আপ-লোড কৰিব পাৰি যেনে ডট এভিআই (.AVI), ডট এমকেভি (.MKV), ডট এমঅ'ভি (.MOV), ডট এমপিফ’ৰ (.MP4), ডট ডিভএক্স (.DivX), ডট এফএলভি (.FLV), ডট অ'জিজি (.ogg), ডট ওজিভি (.ogv) ইত্যাদি। এইবিলাকৰ ভিডিঅ’ভিডিঅ' ফ্’ৰমেট সমূহ এনে ধৰণৰ এমপিইজি (MPEG), এমপিইজি-ফ’ৰ (MPEG-4), ভঅ'বি (VOB), আৰু ডাব্লিউএমভি (WMV). [[ম’বাইল ফোন]]ৰ পৰা ইয়াত থ্ৰীজিপি (3GP) ভিডিঅ’ওভিডিঅ'ও আপ-লোড কৰিব পাৰি।<ref>{{cite web| title =Video Formats: File formats|author=| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?answer=55744&topic=10526|accessdate=December 4, 2008 }}</ref> সকলো ইউটিউব ভিডিঅ’ইভিডিঅ'ই প্ৰ’গ্ৰেছিভ স্কেনিঙ (progressive scanning) পদ্ধতি ব্যৱহাৰ কৰে।<ref>{{cite web| title =Getting Started: File formats| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?hl=en&answer=55744 |accessdate=August 14, 2010}}</ref>
 
==== থ্ৰী-ডি ভিডিঅ’ভিডিঅ' সমূহ ====
২০০৯ চনৰ ২১ জুলাইত<ref>{{cite web|url=http://www.youtube.com/watch?v=5ANcspdYh_U|title=YouTube in 3D|publisher=YouTube|date=July 21, 2009|accessdate=August 3, 2009}}</ref> আপ-লোড কৰা এক ভিডিঅ'ত ইউটিউবৰ চফ্টৱেৰ অভিযন্তা পিটাৰ ব্ৰ্যেডস্বয়ে ইউটিউবত থ্ৰীডি ভিডিঅ' আপ-লোড কৰিব পাৰিব বুলি ঘোষণা কৰে। এই ভিডিঅ' সমূহ বিভিন্ন উপায়েৰে চাব পাৰি যাৰ ভিতৰত এনাগ্লিফ (anaglyph) পদ্ধতিয়ে সাধাৰণতে প্ৰযোয্য য’ত থ্ৰীডিৰ প্ৰভাৱ উপলব্ধি কৰিবলৈ উপভোক্তাই বিতচকু পৰিধান কৰি লয়।<ref>{{Cite news|url=http://www.physorg.com/news167575864.html|title=YouTube in 3D?|work=Physorg|date=July 23, 2009|accessdate=August 3, 2009|first=Miranda|last=Marquit}}</ref><ref>{{Cite news|url=http://techie-buzz.com/video-tools/youtube-3d-videos.html|title=YouTube 3D Videos|date=July 20, 2009|work=Techie Buzz|first=Keith|last=Dsouza|accessdate=August 3, 2009}}</ref><ref>{{Cite news|url=http://www.thinkdigit.com/Internet/YouTube-adds-a-dimension-3D-goggles-not_3219.html|title=YouTube adds a dimension, 3D goggles not included|date=July 21, 2009|accessdate=August 3, 2009|work=thinkdigit|first=Kshitij|last=Sobti}}</ref>
 
"https://as.wikipedia.org/wiki/ইউটিউব"ৰ পৰা অনা হৈছে