ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
56 নং শাৰী:
২০০৯ চনৰ ২১ জুলাইত<ref>{{cite web|url=http://www.youtube.com/watch?v=5ANcspdYh_U|title=YouTube in 3D|publisher=YouTube|date=July 21, 2009|accessdate=August 3, 2009}}</ref> আপ-লোড কৰা এক ভিডিঅ'ত ইউটিউবৰ চফ্টৱেৰ অভিযন্তা পিটাৰ ব্ৰ্যেডস্বয়ে ইউটিউবত থ্ৰীডি ভিডিঅ' আপ-লোড কৰিব পাৰিব বুলি ঘোষণা কৰে। এই ভিডিঅ' সমূহ বিভিন্ন উপায়েৰে চাব পাৰি যাৰ ভিতৰত এনাগ্লিফ (anaglyph) পদ্ধতিয়ে সাধাৰণতে প্ৰযোয্য য’ত থ্ৰীডিৰ প্ৰভাৱ উপলব্ধি কৰিবলৈ উপভোক্তাই বিতচকু পৰিধান কৰি লয়।<ref>{{Cite news|url=http://www.physorg.com/news167575864.html|title=YouTube in 3D?|work=Physorg|date=July 23, 2009|accessdate=August 3, 2009|first=Miranda|last=Marquit}}</ref><ref>{{Cite news|url=http://techie-buzz.com/video-tools/youtube-3d-videos.html|title=YouTube 3D Videos|date=July 20, 2009|work=Techie Buzz|first=Keith|last=Dsouza|accessdate=August 3, 2009}}</ref><ref>{{Cite news|url=http://www.thinkdigit.com/Internet/YouTube-adds-a-dimension-3D-goggles-not_3219.html|title=YouTube adds a dimension, 3D goggles not included|date=July 21, 2009|accessdate=August 3, 2009|work=thinkdigit|first=Kshitij|last=Sobti}}</ref>
=== বিষয়বস্তুৰ উপলব্ধতা ===
ইউটিউবৰ
ইউটিউবে সাধাৰণতে ইয়াৰ চলচ্চিত্ৰ এটাৰ ডাউনলোড লিংক নিদিয়ে আৰু ইয়াক অকল জালস্থানটোৰ ভিতৰতহে চাব পাৰি।<ref>{{cite web|url=http://www.youtube.com/t/terms|title=Terms of Use, 5.B|publisher=YouTube|date=|accessdate=August 25, 2010}}</ref> কিন্তু বিভিন্ন ধৰণৰ বেলেগ বেলেগ জালস্থান নাইবা সঁজুলিৰ (application) সহায়ত চলচ্চিত্ৰ এটা ইউটিউবৰ পৰা ডাইনলোড কৰিব পাৰি।<ref>{{Cite news|url=http://latimesblogs.latimes.com/technology/2009/02/---mark-milian.html?cid=149000259|title=YouTube looks out for content owners, disables video ripping|author=Milian, Mark|publisher=Los Angeles Times|date=February 19, 2009|accessdate=February 21, 2009}}</ref>
==== প্লে'টফ’ৰ্ম ====
কিছুমান [[স্মাৰ্ট ফ’ন]]অত ইউটিউবৰ ভিডিঅ’ চাব পাৰি কিন্তু সেইটো নিৰ্ভৰ কৰিব তাৰ চাৰ্ভিচ প্ৰ’ভাইদাৰ আৰু ডাটা প্লেনৰ ওপৰত। প্ৰথম ইউটিউব ম’বাইল ২০০৭ চনৰ জুলাই মাহত মুকলি কৰা হৈছিল আৰু ই RTSP পদ্ধতি ব্যৱহাৰ কৰিছিল।<ref>{{cite web|url=http://m.youtube.com/|title=YouTube Mobile}}</ref> সকলো ইউটিউব ভিডিঅ’ জালস্থানটোৰ ম’বাইল ভাৰ্ছনত উপলব্ধ নহয়।<ref>{{cite web|url=http://googlesystem.blogspot.com/2007/06/mobile-youtube.html|title=Mobile YouTube|author=Google Operating System|date=June 15, 2007|accessdate=January 17, 2009}}</ref>
|