চৈয়দ আব্দুল মালিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
20 নং শাৰী:
 
==কৰ্মজীৱন==
১৯৪২ ত আবকাৰী বিভাগৰ ''চাব ইন্সপেক্টৰ'' হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈন্য বিভাগতো কাম কৰিছিল। ১৯৪৬ ত [[যোৰহাট মহাবিদ্যালয়]] পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰকেন্দ্ৰত ''প্ৰ'গেম এচিষ্টেণ্ট'' হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ [[জে বি কলেজতকলেজ]]ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত অভায়াপুৰী অধিবেশনত [[অসম সাহিত্য সভা]]ৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট সীমাবদ্ধদিশৰ সুত্ৰতেসূত্ৰতে সীমাবদ্ধ নথকা মালিকেমালিক ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতঃপ্ৰোতভাৱে জড়িত আছিল।
 
==মৃত্যু==
26 নং শাৰী:
 
 
==সাহিত্যিকঅসমীয়া সাহিত্যলৈ অৱদান==
{{multicol}}
===উপন্যাস===
87 নং শাৰী:
#ৰাতিৰ কবিতা
#মৌ ডিমৰুৰ কোঁহ
#ধন্য নৰ তনু ভাল
#প্ৰেম অমৃতৰ নদী
#মৌ মিঠা হৃদয়ৰ কথা
Line 150 ⟶ 149:
#ৰাইজৰ মুখৰ মাত
#চুফি আৰু চুফিবাদ
#অসমীয়া ভাষাত মধ্য প্ৰাচ্য আৰু উত্তৰ ভাৰতৰ শবাদশব্দ-সম্ভাৰ
#মোৰ জীৱনৰ নহলবোৰনহ'লবোৰ
#মোৰ জীৱনৰ আগে পিছে সোঁৱে-বাঁৱে
{{col-end}}