ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
36 নং শাৰী:
[[চিত্ৰ: 901cherryave.jpg|400Px|thumb|কেৰ্লিফোনিয়াৰ চান ব্ৰুণত থকা ইউটিউবৰ মুখ্য কাৰ্যালয়]]
ইউটিউব প্ৰথমে আৰম্ভ কৰিছিল [[:en:Sequoia Capital|Sequoia Capital]]এCapitalএ ২০০৫ৰ নৱেম্বৰৰ পৰা ২০০৬ৰ এপ্ৰিলৰ মাজভাগত। ইয়াৰ প্ৰথম মুখ্য কাৰ্য্যালয় আছিল [[কেলিফ'ৰ্ণিয়া]]ৰ [[সান মাতেও]]ত থকা পিজ্জাৰিয়া আৰু জাপানিজ চৰাইখানা এখনৰ ওপৰত। ইয়াৰ [[ডোমেইন নাম]] www.youtube.com ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে সক্ৰিয় কৰা হৈছিল আৰু পৰৱৰ্ত্তী মাহবোৰত [[জালস্থান]]টোৰ উন্নতি সাধন কৰা হৈছিল।
 
প্ৰথম ইউটিউব ভিডিঅ'টোৰ নাম আছিল "[[মি এট দ্য জু]]" (''Me at the zoo''), য’ত উদ্ভাৱক জাৱেদ কৰিমক দেখা গৈছিল চেন ডিয়েগ' চিৰিয়াখানাত। এই ভিডিঅ'টো ২০০৫ চনৰ ২৩ এপ্ৰিলত আপলোড কৰা হৈছিল আৰু এতিয়াও ই ৱেবছাইটটোত উপলব্ধ।
"https://as.wikipedia.org/wiki/ইউটিউব"ৰ পৰা অনা হৈছে