বাইহাটা চাৰিআলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
63 নং শাৰী:
বাইহাটা চাৰিআলি ঠাইখন ২৬°২০′৩৯″ উত্তৰ অক্ষাংশ আৰু ৯১°৪৩′১১″পূৱ দ্ৰাঘিমাংশত অৱস্থিত । সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৪৬ মিটাৰ ।
 
ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশেৰে উজনি আৰু নামনি অসমৰ জিলাসমূহ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ দুটা বাইহাটা চাৰিআলিত মিলিত হৈ গুৱাহাটী পাইছে । বাইহাটা চাৰিআলিৰ পৰা পূৱে [[মঙলদৈ]], [[তেজপুৰ]] সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো পূৰ্বে ৫২ নং আছিল যদিও এতিয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ সলনি কৰা হৈছে । বাইহাটা চাৰিআলিক ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথে (পূৰ্বৰ নামাকৰণ অনুসৰি ৩৭ নং আছিল) গুৱাহাটীৰ সৈতে সংযোগ কৰিছে । একেটা ঘাইপথে ইয়াক পশ্চিম দিশে [[ৰঙিয়া]],[[নলবাৰী]],[[বৰপেটা]] আদি ঠাইসমূহৰ সৈতে সংযোগ কৰিছে (এইখিনি অংশ পূৰ্বে ৩১ নং ঘাইপথত পৰিছিল) । বাইআলি চালিআলিৰ পৰা উত্তৰ দিশে যোৱা পকী পথটো [[মুক্তাপুৰ]], [[গোৰেশ্বৰ]], দেওচুঙা হৈ [[বাগছা জিলা]]লৈ গৈছে ।
 
==যাতায়ত==