কুশল কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
23 নং শাৰী:
 
==ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কুশল কোৱঁৰ==
স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰাপৰাত বাগিচাৰ কাম ত্যাগ কৰে আৰু সামাজিক কাম কৰাৰ স্বাৰ্থত।স্বাৰ্থত গোলাঘাট জিলা [[কংগ্ৰেছ]]ৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা কুশল কোঁৱৰে অহিংস আন্দোলনত সদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল। কিন্তু ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাটোৰ দলপতি বুলি তেওঁক ১৯৪২ চনৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ এক নম্বৰ আছামী বুলি অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয়।
 
==মৃত্যু==