চাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
17 নং শাৰী:
 
==নামৰ উৎপত্তি==
চাহৰ ইংৰাজী প্ৰতিশব্দ '''টি''' (Tea) চীনা ভাষাৰ শব্দ। বৰ্তমান [[টাইৱান]] দ্বীপৰ বিপৰীতে থকা [[চীন]]ৰ ফুকিয়ান প্ৰদেশত চাহক টি (Te) বুলিছিল। ইংৰাজ সদাগৰ সকলে এই প্ৰদেশৰ এময় (Amoy) বন্দৰৰ মাজেদি বেহা-বেপাৰ কৰোতে চাহৰ সংস্পৰ্শলৈ আহে আৰু এই টি শব্দটোৰে অপভ্ৰংশ ইংৰাজী ভাষাৰ টি (Tea) শব্দ, যাক অসমীয়া ভাষাত চাহ বোলে। চাহ প্ৰথমেত ক'ত আৱিষ্কাৰ হৈছিল সঠিককৈ ক'ব নোৱাৰি। খ্ৰীষ্টজন্মৰ আগৰে পৰাই [[চীন]],[[ম্যানমাৰ]] আৰু [[থাইলেণ্ড]]ৰ কোনো কোনো ঠাইত চাহ জাতীয় এবিধ পানীয়ৰ প্ৰচলন আছিল বুলি জনা যায়। ঐতিহাসিক তথ্য অনুসৰি খ্ৰীষ্টপূৰ্ব ২৭০০-অত চীনত চাহ খোৱা প্ৰথাৰ প্ৰচলন আছিল।{{citation needed}}<ref>চিত্ৰ বিচিত্ৰ অসম, প্ৰদীপ বৰুৱা</ref>
 
==উৎপাদন==
74 নং শাৰী:
 
==তথ্যসূত্ৰ==
*চিত্ৰ বিচিত্ৰ অসম, প্ৰদীপ বৰুৱা
{{reflist}}
{{stub}}
"https://as.wikipedia.org/wiki/চাহ"ৰ পৰা অনা হৈছে