ইজিপ্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
70 নং শাৰী:
 
==ভূগোল আৰু জলবায়ু==
ইজিপ্তৰ অধিকাংশ অঞ্চলেই মৰুভূমি কিন্তু [[নীল নদী]] বৈ যোৱাৰ ফলত উপত্যকা অঞ্চলটো যথেষ্ট উৰ্বৰা। সেই বাবে নীল নদীক ইজিপ্তবাসীৰ প্ৰাণ প্ৰৱাহস্বৰূপে জনা যায়। এই উপত্যকা অঞ্চল প্ৰায় ১৬ কিঃমিঃ বহল। ইজিপ্তৰ এই উপত্যকা আৰু 'ব'-দ্বীপ অঞ্চলটোৰ আয়তন ৩১,০০০ বৰ্গকিঃমিঃ। ইয়াৰ উৰ্বৰা অঞ্চলটো দুভাগত বিভক্ত- ১) নীল উপত্যকা আৰু ২) নীল 'ব'-দ্বীপ। ইজিপ্তত পৃথিৱী বিখ্যাত চুৱেজ খালটো অৱস্থিত। এই খালৰ দ্বাৰা ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰা হৈছে। ১৯৫৬ চনৰ পূৰ্বে বৃটিছ আৰু ফৰাচী কোম্পানীসমূহৰ হাতত আছিল। ১৯৫৬ চনত ইজিপ্ত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰে।<ref>{{Cite book|last=ভূ-দৰ্শন, |first= |authorlink= |coauthors=দিলীপ কুমাৰ গোহাঁই আৰু, হৰেন্দ্ৰনাথ বৰা,|title= ইজিপ্ত |year= ২০০২|publisher=কামাখ্যা বুক ষ্টল |location= গুৱাহাটী|isbn= }}</ref>
 
==কৃষি==
দেশখনৰ উপত্যকা অঞ্চলটোত অতীজৰে পৰা জলসিঞ্চনৰ দ্বাৰা খেতি কৰা হয়। ধান এই অঞ্চলৰ প্ৰধান কৃষি। আচোৱান বান্ধৰ পৰা খাল খান্দি ইয়াৰ খেতি-পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হয়। আনহাতে 'ব'দ্বীপ অঞ্চলটোত খালৰ দ্বাৰা জলসিঞ্চন কৰা হয়। উপত্যকা অঞ্চলত উৎকৃষ্ট মানৰ কপাহ খেতি হয়। খাদ্য শস্যৰ ভিতৰত মাকৈ, ধান, কুহিঁয়াৰ আদি গ্ৰীষ্মকালত আৰু ঘেঁহু, বাৰ্লি, বীন আদিৰ খেতি শীতকালত হয়।<ref>{{Cite book|last=ভূ-দৰ্শন, |first= |authorlink= |coauthors=দিলীপ কুমাৰ গোহাঁই আৰু, হৰেন্দ্ৰনাথ বৰা,|title= ইজিপ্ত |year= ২০০২|publisher=কামাখ্যা বুক ষ্টল |location= গুৱাহাটী|isbn= }}</ref>
 
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ইজিপ্ত"ৰ পৰা অনা হৈছে