জ্যামিতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বট: Removing template: Link FA; now given by wikidata
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
46 নং শাৰী:
== কুৰি শতিকা ==
 
ঢেকীয়া, ডাৱৰ আদিৰ গঠনৰ জ্যামিতিক আৰ্হি প্ৰস্তুত কৰাৰ বাবে ফেক্টেল ব্যৱ্হাৰ কৰা হয় । কম্পিউটাৰৰ আৱিষ্কাৰে ফেক্টেলৰ অধ্যয়নৰ বাবে অমূল্য সহায় আগবঢ়াইছে, যিহেতু এইধাৰণৰ ধাৰণাৰ সৈতে বহু জটিল গণনা জৰিত হৈ আছে । আধুনিক ফেল্টেলফেক্টে'ল জ্যামিতিৰ এজন অগ্ৰণী গৱেষক হ’ল মেণ্ডেল্‌ব্ৰট ।
 
মুঠৰ ওপৰত ক’বলৈ গ’লে প্ৰাচীন কালৰ মহান লোকসকলৰ অৱদান অবিহনে আধুনিক গণিত তথা জ্যামিতিৰ বিকাশ কেতিয়াও সম্ভৱ নহ’লহেঁতেন । সেয়েহে, বিজ্ঞানৰ ছাত্ৰৰ কাৰণে বিজ্ঞানৰ ইতিহাস অধ্যয়ন কৰাটো অতি আৱশ্যকীয় কথা ।
 
 
 
== জ্যামিতিৰ বিশ্লেষণৰ পদ্ধতি ==
"https://as.wikipedia.org/wiki/জ্যামিতি"ৰ পৰা অনা হৈছে