অৰুণাচল প্ৰদেশৰ জিলাসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:

==ইতিহাস==
১৯৬৫ চনৰ ১ ডিচেম্বৰ তাৰিখে সেইসময়ৰ '''[[নেফা]]''' (''North-East Frontier Agency'')-ক পাঁচখন জিলাত ভাগ কৰা হৈছিল। সেইকেইখন আছিল: [[কামেং জিলা]], [[সোৱণশিৰি জিলা]], [[ছিয়াঙ জিলা]], [[লোহিত জিলা]], আৰু [[তিৰাপটিৰাপ জিলা]]।

১৯৮০ চনৰ ১৩ মে’ত সোৱণশিৰি জিলা দুভগত বিভক্ত হয়: [[নামনি সোৱণশিৰি জিলা]] আৰু [[উজনি সোৱণশিৰি জিলা]]। সেইসময়ৰ সোৱণশিৰি জিলাৰ দাপৰিজো মহকুমাক লৈ উজনি সোৱণশিৰি জিলা গঠিত হয় আৰু বাকীঅংশৰে গঠন হয় নামনি সোৱণশিৰি জিলা।
9 নং শাৰী:
১৯৮০ চনৰে ১ জুনত লোহিত জিলাক দুভগত বিভক্ত কৰা হয়: লোহিত জিলা আৰু [[দিবাং উপত্যকা জিলা]]। একেদিনাখনেই ছিয়াং জিলাকো দুভাগত ভাগ কৰা হয়: [[পূব ছিয়াং জিলা]] আৰু [[পশ্চিম ছিয়াং জিলা]]। লগতে কামেং জিলাৰ চেপ্লা আৰু ব’মডিলা মহকুমাক লৈ ক্ৰমে [[পূব কামেং জিলা]] আৰু [[পশ্চিম কামেং জিলা]]ৰ গঠন কৰা হয়।

১৮৮৪ চনৰ ৬ অক্টোবৰত পূব কামেং জিলাৰ পৰা [[টাৱাং জিলা]] পৃথক হৈ যায়। ১৯৮৭ চনত সেই সময়ৰ তিৰাপটিৰাপ জিলাক দুভাগত ভাগ কৰি বৰ্তমনৰ তিৰাপটিৰাপ জিলা আৰু [[চাংলাং জিলা]]ৰ গঠন কৰা হয়। ১৯৯২ চনৰ ২২ চেপ্টেম্বৰত সেইসময়ৰ নামনি সোৱণশিৰি জিলাক পুনৰ দুভাগত ভাগ কৰি নামনি সোৱণশিৰি জিলা আৰু [[পাপুমপাৰে জিলা]]ৰ গঠন কৰা হয়। ২০০০ চনৰ জুন মাহত নামনি সোৱণশিৰি জিলাৰ পৰা পুনৰ এখন নতুন জিলা [[কুৰুং কুমেই জিলা|কুৰুং কুমেই]]ৰ গঠন কৰা হয়। ২০০১ চনৰ ১৬ ডিচৰম্বৰত দিবাং উপত্যকা জিলাৰ অংশৰ পৰা [[নামনি দিবাং উপত্যকা জিলা]]ৰ গঠন কৰা হয়। ১৬ ফেব্ৰুৱাৰী ২০০৪ তাৰিখে লোহিত জিলাৰ একাংশৰ পৰা [[অঞ্জাও জিলা]]ৰ গঠন কৰা হয়।

==প্ৰশাসন==
55 নং শাৰী:
| TA ||[[টাৱাং জিলা]]
([[:en:Tawang district|Tawang]]) ||[[টাৱাং|টাৱাং চহৰ]]
{{enwiki|Tawang Town}}|| ৪৯,৯৫০ || ২,০৮৫|| ১৯ || [http://tawang.nic.in/ tawang.nic.in]|| [[File:Arunachal Pradesh district location map Tawang.svg|150px|center]]
|- bgcolor=#F4F9FF
| TI ||[[তিৰাপটিৰাপ জিলা]]
([[:en:Tirap District|Tirap]]) ||[[খ’নছা]]
{{enwiki|Khonsa}}|| ১১১,৯৯৭|| ২,৩৬২|| ৪২ || [http://tirap.nic.in/ tirap.nic.in] || [[File:Arunachal Pradesh district location map Tirap.svg|150px|center]]
|- bgcolor=#F4F9FF
| UD ||[[নামনি দিবাং উপত্যকা জিলা]]
{{enwiki|Lower Dibang Valley}}||[[ৰ’য়িং]]
{{enwiki|Roing}}|| ৫৩,৯৮৬ || ৩,৯০০ || ১৪ || [http://roing.nic.in/ roing.nic.in] || [[File:Arunachal Pradesh district location map Lower Dibang Valley.svg|150px|center]]