ফ্ৰান্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

155 নং শাৰী:
 
=== পৰ্যটন ===
২০১১ চনত ৭৯.৫ মিলিয়ন পৰ্যটকৰে ফ্ৰান্সে বিশ্ব শ্ৰেষ্ঠ গন্তব্যস্থল হিচাপে স্থান পাইছিল। পৰ্যটন ফ্ৰান্সৰ আন এক গুৰত্বপূৰ্ণ উদ্যোগ। ফ্ৰান্স, বিশেষকে পেৰছত পৃথিৱীৰ সৰ্ববৃহৎ আৰু বিখ্যাত যাদুঘৰ সমূহ অৱস্থিত। ফ্ৰান্সৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলী বিলাকৰ কেইটামান হ’ল [[আইফেল টাৱাৰ]], ল্যু’ভে যাদুঘৰ, [[নটৰ-ডেমৰ কেথেড্ৰেল]], ভাৰ্চেলিচৰ প্ৰাসাদ, ড-অৰ্চে যাদুঘৰ, ইত্যদি।
 
== চিত্ৰ ভৰাঁল ==
"https://as.wikipedia.org/wiki/ফ্ৰান্স"ৰ পৰা অনা হৈছে