২৯ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: '''২৯ ডিচেম্বৰ''' {{enwiki|29 December}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰ...
(কোনো পাৰ্থক্য নাই)

05:03, 29 December 2018ৰ সংস্কৰণ

২৯ ডিচেম্বৰ (ইংৰাজী: 29 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬৩ তম (অধিবৰ্ষত ৩৬৪ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মাথোঁ দুটাদিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  1. ১৯৭২ চনৰ আজিৰ দিনটোতে কলকাতাত মাটিৰ তলেৰে যোৱা ৰে’লপথ নিৰ্মাণ কৰা হয়৷[1]

জন্ম

  1. ১৯২৬ চনৰ আজিৰ দিনটোত কবি-সাহিত্যিক নৱকান্ত বৰুৱাৰ জন্ম হৈছিল৷[1]

মৃত্যু

দিৱস

  1. আজি কবিতাৰ দিন৷

তথ্যসূত্ৰ

বাহ্যিক সংযোগ