চৰাইদেউ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Stub-inline|অসমৰ ভৌগোলিক পোখালি}}
{{India Districts
{{Infobox India district
|Name = চৰাইদেউ
|Local Name = চে-তাম-ডয়চৰাইদেউ
|State Local = অসমচে-তাম-ডয়
|Division State = অসম
|HQ Division = উজনি = সোণাৰিঅসম
| Established = {{Start date|2015|08|15|df=yes}}
|Map = Assam district locator map Charaideo.png
|Coordinates HQ = সোণাৰি
|Area Map = Assam district locator map Charaideo.svg
|Rain Coordinates =
|Population Area =
|Urban Area_footnotes =
|Year Elevation =
|Density Year =
|Literacy Population =
| Population_footnotes =
|SexRatio =
| Density_footnotes =
|Tehsils =
|SexRatio Urban = =
|LokSabha = [[যোৰহাট (লোকসভা সমষ্টি)|যোৰহাট]]
|Assembly Literacy =
|Highways SexRatio =
|Website Collector =
| Tehsils =
| LokSabha = [[যোৰহাট (লোকসভা সমষ্টি)|যোৰহাট]]
| Assembly =
| Highways =
| Vehicle =
| Rain =
| Website =
}}
'''চৰাইদেউ জিলা''' অসমৰ এখন ন কৈ গঠন কৰা জিলা।‌ ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মূখ্যমন্ত্ৰী শ্ৰীযুত[[তৰুণ গগৈ|তৰুণ গগৈদেৱেগগৈয়ে]] [[শিৱসাগৰ জিলাৰজিলা]]ৰ চৰাইদেউ মহকুমাক আন চাৰিখন মহকুমাৰ সৈতে জিলা ৰূপে ঘোষণা কৰেকৰে। জিলাখনৰ সদৰ স্থান [[সোণাৰি]]।
[[File:Charadeo Maidam mausoleum.jpg|thumb|right|220px|চৰাইদেউ জিলাৰ বিখ্যাত "চৰাইদেউ মৈদাম" সমূহলৈ উঠি যোৱা খটখটী]]
'''চৰাইদেউ জিলা''' অসমৰ এখন ন কৈ গঠন কৰা জিলা।‌ ২০১৫ চনৰ ১৫ আগষ্টত অসমৰ মূখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাক আন চাৰিখন মহকুমাৰ সৈতে জিলা ৰূপে ঘোষণা কৰে
 
==চৰাইদেউ নামৰ উৎপত্তি==
চৰাইদেউ নামৰ উৎপত্তি তাই ভাষাৰ চে-তাম-ডয় পৰা হৈছে।‌ লিখিত আছে যে [[চুকাফা|স্বৰ্গদেউ চ্যাও-লুং-চ্যুকাফাই]] [[পাটকাই|পাটকাই পাহাৰ]] বগাই চৰাইদেউত বাহৰ পাতিছিল।‌ চৰাইদেউ সৌন্দৰ্য্যত মোহগ্ৰস্থহৈ চ্যাও-লুং-চ্যুকাফাই চে-তাম-ডয় নামকৰণ কৰি ৰাজধানী পাতিছিল, যাৰ অৰ্থ আছিল পাহাৰৰ প্ৰাদদেশৰ চহৰ (চে=চহৰ, তাম=প্ৰাদদেশ, ডয়=পাহাৰ)।‌ এই চে-তাম-ডয় পৰৱৰ্তীকালত চৰাইদেউ নামেৰে বিখ্যাত হৈ উঠে।‌
 
==ইতিহাস==
 
==ভৌগলিক বিৱৰণ==
==জন গাঁথনি==
==প্ৰশাসনিক গাঁথনি==
==যাতায়ত==
===বাট-পথস্থলপথ===
ঐতিহাসিক জিলা হোৱা হেতুকে জিলাখনিত বহুতো আহোম ৰজাদিনীয়া পথ আছে।‌ মূখ্য পথৰূপে [[ধোদৰ আলি]] পথটি ব্যৱহাৰ কৰা হয়।‌ ই [[শিৱসাগৰ জিলা]], [[গোলাঘাট জিলা]], [[নাজিৰা]], [[বালিঘাট]], [[শিমলুগুৰি, নামৰূপকশিৱসাগৰ|শিমলুগুৰি]], [[নামৰূপ]]ক সংযোগ কৰিছে।‌ তদুপৰি ধোদৰ আলিয়ে ৰাষ্ট্ৰীয়৩৭ ঘাইপথনম্বৰ ৩৭ৰাষ্ট্ৰীয় নংকোঘাইপথকো সংযোগ কৰিছে।‌ ইতিহাস মতে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত [[পাইক প্ৰথা]] বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ [[গদাধৰ সিংহইসিংহ]]ই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা [[ডিব্ৰুগড় জিলাৰজিলা]]ৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি 'নাহৰ আলি' সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।
===ৰেল পথৰেলপথ===
শিমলুগুৰি জংচন চৰাইদেউ জিলাৰ প্ৰধান ৰেল জংচন।‌ দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি জংচনত ৰয়।‌অন্যৰয়।‌ অন্য ষ্টেচনৰ ভিতৰত সোণাৰিৰ ভজো আৰু নামৰূপ ষ্টেচন উল্লেখযোগ্য।‌এইউল্লেখযোগ্য।‌ এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ আৰু লিডু-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়।<ref name="ntes">{{cite web | url=https://enquiry.indianrail.gov.in/ntes/index.html | title=National Train Enquiry System | accessdate=7 July 2018}}</ref>
===বায়ু পথবায়ুপথ===
ডিব্ৰুগড় জিলাৰ [[ডিব্ৰুগড় বিমানবন্দৰ|মোহনবাৰী বিমানবন্দৰ]] আৰু যোৰহাট জিলাৰ [[ৰৰৈয়া বিমানবন্দৰ|ৰৰৈয়া বিমাবন্দৰে]] চৰাইদেউ জিলাক বায়ুমাৰ্গেৰে সংযোগ কৰিছে।‌ ভাৰতৰ মূখ্য বিমান পৰিবহন সংস্থাসমূহ যেনে জেট এয়াৰৱেজ, জেট কনেক্ট, [[ইণ্ডিগ']], এয়াৰ ইণ্ডিয়াই এই বিমান বন্দৰকেইটালৈ সেৱা আগবঢ়ায়।‌ পৱন হংস নামেৰে চৰকাৰী হেলিকপ্টাৰ সেৱা আছে।‌ চাৰ্টাড বিমানসেৱাও উপলব্ধ।‌আন্তৰ্জাতিকউপলব্ধ।‌ আন্তৰ্জাতিক বিমানবন্দৰ ৰূপে [[গুৱাহাটী]] স্থিত [[লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিকআন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ|লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে]] সেৱা আগবঢ়াই আহিছে।‌
 
==শিক্ষানুষ্ঠান==
==পৰ্য্যটন==
[[File:Charaideo Maidam of Ahom Kings at Charaideo in Sivasagar, Assam 4.jpg|thumb|right|220px|চৰাইদেউ জিলাৰ বিখ্যাত [[মৈদাম|চৰাইদেউ মৈদাম]]]]
নকৈ জিলাৰূপে ঘোষণাকৰা পূৰ্বে সামগ্ৰিকভাৱে ই ঐতিহাসিক স্মৃতিচিহ্নৰে পৰিপূৰ্ণ শিৱসাগৰ জিলা আছিল।‌ বিভাজনৰ পাছত চৰাইদেউ জিলাত [[আহোম ৰাজ্য|আহোম সম্ৰাজ্যৰ]] প্ৰসাদ কাৰেং ঘৰ[[কাৰেংঘৰ]], এচিয়াৰ পিৰামিডৰূপে বিখ্যাত [[মৈদাম|চৰাইদেউ মৈদাম]], শ-ধোৱা পুখুৰী, টেঙা পুখুৰী, আহোম সৈন্য প্ৰশিক্ষণ কেন্দ্ৰ ইত্যাদিকে কৰি বহুতো পুৰণি গাঁৱ গাঁও থাকি যায়।‌
 
==তথ্য উৎস==
{{Reflist}}
{{Geographic location
|Name Centre = চৰাইদেউ জিলা
|North = [[ডিব্ৰুগড় জিলা]]
|Northeast = [[ডিব্ৰুগড় জিলা]]
|East = [[টিৰাপ জিলা]], [[অৰুণাচল প্ৰদেশ]]
|Southeast =
|South = [[মন জিলা]], [[নাগালেণ্ড]]
|Southwest =
|West = [[শিৱসাগৰ জিলা]]
|Northwest =
}}
{{অসম}}
 
[[শ্ৰেণী:অসমৰ জিলা]]
[[শ্ৰেণী:চৰাইদেউ জিলা|*]]
[[শ্ৰেণী:আহোম ৰাজ্যৰ ৰাজধানী]]