ভাৰতীয় ডাক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox company
| name = '''ভাৰতীয় ডাক বিভাগ'''
| নাম = '''ভাৰতীয় ডাক'''
| logo = [[File:India-post-logo.jpg|200px]]
| type = [[ভাৰত চৰকাৰ]]ৰ সংস্থা
Line 11 ⟶ 10:
}}
 
'''ভাৰতীয় ডাক বিভাগ''', যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে , হৈছে [[ভাৰত]]ৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায় ।যায়৷
==ইতিহাস==
===প্ৰাক স্বাধীনতা কাল (১৮৫৮-১৯৪৭)===
[[File:British-era letter box in Shimla, India.jpg|thumb|200px|ছিমলাত থকা এটা বৃটিছ যুগৰ পোষ্ট বক্স|alt=Tall, round red mailbox with decorative crown on top]]
১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত সমৰ্পন কৰাৰ লগে লগে [[ভাৰত]]ত বৃটিছ ৰাজৰ প্ৰতিষ্ঠা হয় ।হয়৷<ref>{{cite web|last=Kaul|first=Chandrika|title=From Empire to Independence: The British Raj in India 1858–1947.|url=http://www.bbc.co.uk/history/british/modern/independence1947_01.shtml|accessdate=3 March 2011}}</ref> ১৮৬১ চনলৈ ৮৮৯টা ডাকঘৰ গা কৰি উঠে য'ত ৪৩ নিযুত চিঠি আৰু ৪.৫ নিযুত বাতৰি কাকতৰ আদান প্ৰদান হৈছিল ।হৈছিল৷
১৯১১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম উৰণীয়া ডাক (এয়াৰ মেইল)ৰ ঘটনা ঘটে য'ত হেনৰী পেকুৱেট নামৰ ফৰাচী পাইলত জনে এলাহাবাদৰ পৰা ১৫ কেজি ভাৰ (প্ৰায় ৬০০০ চিঠি) লৈ উৰা মাৰি গংগা নদীৰ সিপাৰে অৱস্থিত নেইনি নামৰ ঠাইত উপস্থিত হয় ।হয়৷
===স্বাধীনোত্তৰ কাল===
স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় ডাক দেশজুৰি বিভিন্ন সেৱা আগঢ়াবলৈ লয় ।লয়৷ ১৯৫৯ চনত ভাৰতীয় ডাক বিভাগে "Service before Self"ক নিজৰ আদৰ্শ বাক্য হিচাপে গ্ৰহণ কৰে ।কৰে৷ স্বাধীনতাৰ শেহতীয়া কালছোৱাত ভাৰতীয় ডাক বিভাগে আধুনিকীকৰণত ব্যাপক গুৰুত্ব আৰূপ কৰি আহিছে ।আহিছে৷
====কম্পিউতেৰাইজেচন====
১৯৯১ চনত বহুমুখী কাউণ্টাৰ যন্ত্ৰৰ ব্যৱহাৰ তলত দিয়া লাভালাভৰ বাবে আৰম্ভ কৰা হৈছিল ।হৈছিল৷
* গ্ৰাহক সেৱাৰ উৎকৰ্ষ সাধন, আয় বৃদ্ধি আৰু কৰ্মচাৰীৰ কাৰ্য্যদক্ষতা বৃদ্ধিৰ বাবে ।বাবে৷
* ডাক সেৱাক ৰাজ্যিক সমাজ-নিৰাপত্তা আঁচনিৰ কেন্দ্ৰ বিন্দু কৰাৰ বাবে ।বাবে৷
* ১,৩০,০০০ গ্ৰাম্য ডাক ঘৰ সমূহক অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ব্যৱস্থাৰ জ্বৰিয়তে সংযোগ কৰাৰ বাবে ।বাবে৷
* ডাক সেৱা, ডাক বেংকিং আৰু বীমা সেৱাত কাগজবিহীন লেনদেনৰ বাবে ।বাবে৷
* ডাক সেৱাত ট্ৰেকিং আৰু ট্ৰেচিং ব্যৱস্থা প্ৰয়োগৰ বাবে ।বাবে৷
 
২০০৬-০৭ আৰু ২০১১-১২ চনৰ ভিতৰত এখন ১৮৭৭.২ কোটি টকাৰ আঁচনিৰ জ্বৰিয়তে ২৫,০০০ ডাক ঘৰ (২৫,৪৬৪ৰ ভিতৰত) কম্পিউতেৰাইজড্ কৰা হয় ।হয়৷<ref>{{cite web|url=http://www.punjabkesari.in/punjab/news/12052012 |title=India News in Hindi, Latest Hindi News Punjab & World News, Hindi Newspaper |publisher=Punjabkesari.in |date= |accessdate=2012-06-07}} {{Dead link|date=October 2012}}</ref>
 
====অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO)====
২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিক(ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO) আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে ।বাবে৷ এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হ'ল ।ল৷ ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো [[ভাৰতীয়]]ৰ বাবে মুকলি কৰি দিয়া হয় ।হয়৷<ref>{{cite press release | url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=103665 | title=RTI Process gets Further Boost with the Introduction of ‘e-Indian Postal Order’ for all by the Department of Posts | publisher=PIB | date=13 February 2014 | accessdate=16 February 2014}}</ref>
 
==সংগঠন==