তিৰহুতা লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
|sample=Tirhuta.svg
|imagesize=160px
|caption=তিৰহুতা লিপিত "তিৰহুতা" শব্দটো লিখা হৈছে
|type=আবুগিদা
|languages=[[মৈথিলী ভাষা|মৈথিলী]], [[সংস্কৃত]]
Line 10 ⟶ 11:
|unicode=[https://www.unicode.org/charts/PDF/U11480.pdf U+11480&ndash;U+114DF]<br />
[https://www.unicode.org/L2/L2011/11175r-tirhuta.pdf Final&nbsp;Accepted&nbsp;Script&nbsp;Proposal]
|footnotesnote=none}}
{{Contains Indic text}}
'''তিৰহুতা লিপি''' বা '''মিথিলাক্ষৰ''' হৈছে [[মৈথিলী ভাষা]] লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বিকাশ ১০ম শতিকাত বৰ্তমান [[বিহাৰ]]ৰ মিথিলা অঞ্চল আৰু [[নেপাল]]ৰ তৰাই অঞ্চলত হয় বুলি অনুমান কৰা হৈছে। তিৰহুতা লিপিৰ প্ৰাচীনতম ব্যৱহাৰৰ নমুনা ৯৫০ খৃষ্টাব্দৰ বিহাৰৰ সহোদৰা মন্দিৰত পোৱা গৈছে।<ref name="n4035">{{Cite web|url=https://www.unicode.org/L2/L2011/11175r-tirhuta.pdf|title=N4035: Proposal to Encode the Tirhuta Script in ISO/IEC 10646|first1=Anshuman|last1=Pandey|publisher=Working Group Document, ISO/IEC JTC1/SC2/WG2|date=2011-05-05|deadurl=no|archiveurl=https://web.archive.org/web/20161213054204/http://www.unicode.org/L2/L2011/11175r-tirhuta.pdf|archivedate=13 December 2016}}</ref> তিৰহুতা লিপিৰ যথেষ্ট সাদৃশ্য [[অসমীয়া লিপি]] আৰু [[বঙালী লিপি]]ৰ সৈতে দেখা যায়। মৈথিলী ভাষী অধিকাংশ লোকে ভাষাটো লিখিবৰ বাবে বৰ্তমান তিৰহুতা লিপিৰ সলনি [[দেৱনাগৰী লিপি]] ব্যৱহাৰ কৰে।