পোহৰৰ বেগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
59 নং শাৰী:
১৬৬৭ চনত অ’লে ৰ’মাৰে [[বৃহস্পতি]]ৰ চন্দ্ৰসমূহৰ আপাত গতি অধ্যয়ন কৰি পোন প্ৰথম বাৰৰ বাবে "পোহৰৰ গতিবেগ সীমিত" বুলি মন্তব্য আগবঢ়াইছিল। পাছত ১৮৮৫ চনত [[জেমচ ক্লাৰ্ক মেক্সৱেল|জেমচ ক্লাৰ্ক মেক্সৱেলে]] পোহৰক এক বিদ্যুত চুম্বকীয় তৰংগ হিচাপে প্ৰমান কৰে, সেয়ে হিচাপে পোহৰৰ গতিবেগ ''''c'''' হয়, [[এলবাৰ্ট আইনষ্টাইন|এলবাৰ্ট আইনষ্টাইনে]] ব্যাখ্যা আগবঢ়াই যে কোনো জড় প্ৰসংগ প্ৰণালীৰ সাপেক্ষে পোহৰৰ বেগ ইয়াৰ উৎসৰ ওপৰত নিৰ্ভৰশীল নহয় <ref name="stachel">{{cite book |title=Einstein from "B" to "Z" - Volume 9 of Einstein studies |first1=জে.জে. |last1=ষ্টেতচেল |publisher=স্প্ৰিনজাৰ |year=২০০২ |isbn=0817641432 |page=226 |url=http://books.google.com/books?id=OAsQ_hFjhrAC&pg=PA226}}</ref> তেওঁ লগতে [[বিশেষ আপেক্ষিকতাবাদ]]ৰ সহায়ত এই পৰিঘটনাৰ অনুসিদ্ধান্তসমূহ ব্যাখ্যাও কৰে আৰু দেখুৱাই যে, ''c'' পোহৰ বা বিদ্যুত চুম্বকত্বৰ বাহিৰেও আন আন ক্ষেত্ৰতো প্ৰাসংগিক । তাৰ পিছত শতিকাজোৰা গণনাৰ অন্তত ১৯৭৫ চনত পোহৰৰ বেগ ২৯৯৭৯২৪৫৮ মি .প্ৰতি ছেকেণ্ড বুলি নিশ্চিত কৰা হয় (য’ত ভুলৰ সম্ভাৱনা ৪ বিলিয়ন ভাগৰ এভাগ)। ১৯৮৩ চনত মিটাৰ এককক নতুনকৈ বৰ্ণনা কৰা হয়, এই অনুসৰি ভেকুৱামত ২৯৯৭৯২৪৫৮ ভাগৰ ১ ছেকেণ্ডত পোহৰে অতিক্ৰম কৰা দূৰত্বই ১ মিটাৰ। <ref name=BIPM_SI_units>{{SIbrochure|page=১১২}}</ref>
 
==তথ্যসূত্ৰ==
==তথ্যসুত্ৰ==
<references/>
 
"https://as.wikipedia.org/wiki/পোহৰৰ_বেগ"ৰ পৰা অনা হৈছে