পদাৰ্থ বিজ্ঞানৰ ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing "Ibn_al-Haytham.png", it has been deleted from Commons by Ellin Beltz because: Per c:Commons:Deletion requests/File:Ibn al-Haytham.png.
→‎প্ৰাচীন ইতিহাস: টাইপ' ফিক্সড্ :)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
16 নং শাৰী:
প্ৰাচীন গ্ৰীচ সভ্যতাৰ আদিভাগতে পৃথিৱী যে গোলাকাৰ সেয়া সকলোৰে মাজত জনাজাত হৈ পৰিছিল। আৰু প্ৰায় ২৪০ খৃ:প: মানত এৰাট’চথেন্সে (খৃ:প: ২৭৬-১৯৪) সঠিক ভাবে পৃথিৱীৰ পৰিসীমা নিৰ্ণয় কৰাত সফল হয়। [[এৰিষ্টটল]]ৰ জ্যামিতিক দৃষ্টিভংগীৰ বিপৰীতে [[এৰিষ্টাৰকাচ]](খৃ:প: ৩১০-১৯৪)এ [[পৃথিৱী]]ৰ পৰিৱৰ্তে [[সূৰ্য]]ক কেন্দ্ৰত ৰাখি [[সৌৰজগত]]ৰ এক সহজ সৌৰকেন্দ্ৰিক বৰ্ণনা আগবঢ়ালে, [[এৰিষ্টাৰকাচ]]ৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ আন এক বিশ্বাসী [[চেলেকাচ|চেলেকাচে]] পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰে বুলি যুক্তি আগবঢ়াই, যদিও কালৰ সোঁতত তেওঁ আগবঢ়োৱা যুক্তিসমূহ হেৰাই যায়, অৱশ্যে [[প্লুটাৰ্ক]]ৰ মতে [[চেলেকাচ|চেলেকাচেই]] প্ৰথম সৌৰকেন্দ্ৰিক ধাৰণাৰ প্ৰৱৰ্তক।
 
খৃ:পূ: ৩য় শতিকাত গ্ৰীক গণিতজ্ঞ [[আৰ্কিমিডিচ|আৰ্কিমিডিচে]] পদাৰ্থ বিদ্যাৰ হাইড্ৰ’ষ্টেটিকচ আৰু ষ্টেটিকচ (স্থিৰ হৈ থকা বস্তুৰ বিজ্ঞান) শাখা দূটাৰ সুত্ৰপাত কৰে, পানীত ওপঙা বস্তুৰ ওপৰত তেওঁ অধ্যয়ন কৰি খৃ:পূ: ২৫০ মানত বিখ্যাত [[প্লাবিতা]]ৰ সুত্ৰ আৱিষ্কাৰ কৰে, ইয়াক [[আৰ্কিমিডিচৰ সুত্ৰ]]ও বোলা হয়। সেই সময়ৰ জ্যোতিৰ্বিদ [[টলেমি]]য়ে লিখা [[আলগামেষ্ট]] নামৰ জ্যোতিৰ্বিদ্যাৰ পুথি তাৰ বহু পাছৰ বিজ্ঞানৰ বাবে আধাৰ স্ৱৰূপস্বৰূপ হোৱা দেখা যায়।
 
{|align=right
22 নং শাৰী:
|}
 
কালৰ গতিত প্ৰাচীন কালত একত্ৰীতহোৱাএকত্ৰিত হোৱা জ্ঞানপুঞ্জ ক্ৰমাত হেৰাই যায়। জনপ্ৰিয় চিন্তাবিদসকলৰো সৰহ সংখ্যক কামেই এতিয়া পোৱা নায়ায়। [[হিপাৰকাচ| হিপাৰকাচে]] লিখি যোৱা ১৪ খন কিতাপৰ এখনো মূল কিতাপ এতিয়া পোৱা নাযায়, [[এৰিষ্টটল]]ৰ ১৫০খনৰো অধিক বিখ্যাত কৰ্মৰাজীৰ প্ৰায় ৩০খনহে পোৱা যায়, তাৰোপৰি [[এৰিষ্টটল]]ৰ শ্ৰেণীত দিয়া টোকাৰ দৰে আন কিছুমান নথি পোৱা যায়। ইচলামীয় খালিফা সকলে এই সময়ৰ বহুবোৰ কৰ্মৰাজী গোটাই লৈ আৰবীয় ভাষালৈ অনুবাদ কৰে। [[অল-কিণ্ডি]], [[অল-ফৰাবী]], [[অভিচিনা]], [[এভেৰুচ]] আদিৰ দৰে ইচলামীয় দাৰ্শনিক সকলে গ্ৰীক কৰ্মৰাজীক নিজৰ ধৰণেৰে পুন:ব্যাখ্যা কৰে। [[ইবন অল-হাথিম]] আৰু [[আবু ৰিহান বিৰুণি]]ৰ<ref>{{Harvtxt|গ্লিক|লাইভচে’|ৱালিচ|২০০৫|পৃ=৮৯–৯০}}</ref><ref name=Rozhanskaya-642>Mariam Rozhanskaya and I. S. Levinova (1996), "Statics", p. 642, in {{Harvtxt|Rashed|Morelon|1996|pp=614–642}}</ref> অৱদানো মন কৰিবলগীয়া, তেওঁলোকে পশ্ছিম ইউৰোপত [[ৰ’জাৰ বেকেন]] আৰু [[ৱিটেল’]]ৰ দৰে শিক্ষাবিদৰ অধীনত গ্ৰহন কৰিছিল।
 
১২শ শতাব্দীত আৰবীয় ভাষাৰ পৰা লেটিনলৈ পুৰণি কৰ্মৰাজী সমূহ অনুবাদ হোৱাৰ লগে লগে এইবোৰৰ সম্পৰ্কে পশ্ছিমীয়াপশ্চিমীয়া দেশসমূহত সজাগতা বৃদ্ধি পায়। তেওঁলোকে ইছলামীয় আৰু ইহুদী ধৰ্মবিশ্বাসক সামৰি লৈ নকৈ কৰা ব্যাখ্যাই, মধ্যযুগৰ দাৰ্শনিকসকল (যেনে থ’মাচ একুইনাচ আদি)ৰ ওপৰত গভীৰ প্ৰভাব বিস্তাৰ কৰা দেখা গ’ল।
 
==সময়ৰেখা==