আহোম ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ আঁতৰোৱা হ'ল
ত্তাঈ ক্ৰা-দাঈ
17 নং শাৰী:
}}
 
'''আহোম ভাষা''' অসমৰ আহোম জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত এটা মৃতপ্ৰায় ভাষা। এই ভাষাক দক্ষিণ-পশ্চিম মূলৰ টাই ভাষাসমূহৰ উত্তৰ-পশ্চিমীয়া ভাগটোতভাগ (ত্তাঈ ক্ৰা-দাঈ)ত পেলাব পাৰি। শ্যান আৰু খামটি ভাষাৰ সৈতে আহোম ভাষাৰ নিকটতম সাদৃশ্য থকাৰ লগতে থাই ভাষাৰ সৈতেও ইয়াৰ কিছু মিল দেখা যায়। অসমৰ আহোম শাসকসকল বৃহত্তৰ অসমীয়া জাতিৰ সৈতে মিলি যোৱাৰ ফলত ১৯ শতিকাৰ সময়ছোৱালৈ আহোম ভাষাৰ ঠাইত আৰ্য-ভাৰতীয় ভাষা [[অসমীয়া]]ই কথিত ভাষাৰ স্থান দখল কৰে। ২০০০ চনৰ হিচাপ মতে প্ৰায় ২০০ গৰাকী আহোম পুৰোহিত সম্প্ৰদায়ৰ লোকেহে এই ভাষা জানে আৰু বিভিন্ন পৰম্পৰাগত আচাৰতহে আহোম ভাষাৰ ব্যৱহাৰ কৰা হয়।
বৰ্তমান কথিত ৰূপত আহোম ভাষাৰ প্ৰচলন নাই যদিও ''বৰ অম্ৰ'' নামেৰে জনাজাত আহোম-অসমীয়া শব্দকোষত [[আহোম সাম্ৰাজ্য]]ত ব্যৱহৃত আহোম ভাষাৰ ৰূপটো সংৰক্ষিত অৱস্থাত আছে। আহোম ভাষা তুলনামূলকভাৱে মনক্ষ্মেৰ আৰু আৰ্য-ভাৰতীয় ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত। ত্ৰয়োদশ শতিকাৰ পৰাই এই ভাষাৰ লেখনৰ পৰম্পৰা আছিল।
 
==বৈশিষ্ট্যসমূহ==
"https://as.wikipedia.org/wiki/আহোম_ভাষা"ৰ পৰা অনা হৈছে