জৱাহৰলাল নেহৰু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
Reverting propaganda edit by 2405:204:B280:DB68:C153:D81:CD3A:B910
50 নং শাৰী:
|profession = [[বেৰিষ্টাৰ]]
|signature = Jawaharlal Nehru Signature.svg
| religion = ইছলাম(পিছলৈ হিন্দু ধৰ্ম গ্ৰহন কৰে)
}}
'''জৱাহৰলাল নেহৰু'''(''{{lang-en|Jawaharlal Nehru}}'') (১৮৮৯-১৯৬৪)স্বাধীন ভাৰতৰ '''প্ৰথম প্ৰধানমন্ত্ৰী''' আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী প্ৰখ্যাত লেখক, ৰাজনীতিবিদ আছিল তেওঁ। ১৯৫৫ চনৰ তেওঁৰে নেতৃত্বৰচনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্ব্বোচ্চ সন্মান [[ভাৰত-ৰত্ন]] বঁটাৰে সন্মানিত কৰে। তেওঁৰ জন্মৰ দিনটো [[শিশুদিৱস]] হিচাপে পাল কৰি আহিছে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। তাৰোপৰি কেইবাবাৰো কংগ্ৰেছৰ সভাপতিৰ আসনো অলঙ্কিত কৰিছিল। এগৰাকী সক্ৰিয় স্বাধীনতা যুঁজাৰু আছিল।<ref name="জৱাহৰলাল নেহৰু">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=২৫,২৬,২৭,২৮,২৯}}</ref>
 
==জন্ম আৰু পৰিয়াল==
64 নং শাৰী:
==স্বাধীনতা যুঁজাৰু ৰূপে==
স্বাধীনতা সংগ্ৰামত যোগদান কৰা কাৰণে তেও কেইবাবাৰো জেল জীৱন কটাবলগীয়া হয়। জালিয়ানৱালাবাগত নিৰ্দোষী অগণন ভাৰতবাসীক জেনেৰেল ডায়াৰে নিষ্ঠুৰভাবে হত্যা কৰাৰ পিছত ভাৰতত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। তেতিয়াই ভাৰতবাসীৰ মাজত শান্তিৰ বাতাবৰণ ৰচনাৰ বাবে ইংলেণ্ডৰ '''ৰাজকুমাৰ প্ৰিন্স অব্ ৱেলচ''' ভাৰত ভ্ৰমণলৈ আহিছিল। সেইদিনাই ৰাজকুমাৰৰ আগত ক'লা [[পতাকা]] দেখুৱালে [[মতিলাল নেহৰু]] আৰু জৱাহৰলাল নেহৰুৱে। ফলত বৃটিছ চৰকাৰে তেওঁলোকক জেললৈ পঠালে। জৱাহৰলালাৰ সেয়ে প্ৰথম জেল যাত্ৰা। এইদৰে তেওঁ ১৯৪৫ চনলৈকে স্বাধীনতাৰ সংগ্ৰামৰ নানা পৰ্য্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে অনেক দিন কাৰাবৰণ কৰিছিল। ঘাইকৈ তেওঁ [[নৈনী]], [[আলীপুৰ]], [[ডেৰাডুন]] আৰু [[আহমেদাবাদ]]ৰ জেলত অধিক দিন কটাইছিল। এই দীঘলীয়া জেল জীৱনতে তেও কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।১৯৪৬ চনৰ ১৭ আগষ্ট তাৰিখে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে জৱাহৰলাল নেহৰুক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী নিযুক্তি দিয়ে। নেহৰুৱে গণতন্ত্ৰৰ বিধি আৰু কাৰ্যৰ প্ৰতি সদায় আস্থাশীলতা প্ৰকাশ কৰি গৈছে। তেওঁ বিৰোধীপক্ষৰ সমালোচনাৰ প্ৰতিও বেয়া মনোভাৱ ৰখা নাছিল। ১৯৫৪ চন আৰু ১৯৫৮ চনত তেওঁ প্ৰধানমন্ত্ৰী পদ ইস্তাফা দিবলৈ বিচৰাত ৰাইজৰ স্নেহে সেইপদলৈ তেওঁক পুনৰ ঘূৰাই আনিছিল। নেহৰুৰ দিনতেই আন্তৰ্জাতিক ৰাজনীতিৰ পৰিধিও অতিক্ৰম কৰিছিল। [[ইণ্ডোনেছিয়া]]ৰ '''বাণ্ডুং''' চহৰত ২৯ খন দেশৰ সহযোগত পঞ্চশীল আৰু সহ অৱস্থানৰ বৈদেশিক নীতি ৰচনা কৰিলে আৰু ইয়াত মুখ্যভূমিকা গ্ৰহণ কৰিলে নেহৰু, টিটো আৰু নাচেৰে। ১৯৬২ চনৰ চেপ্তেম্বৰ মাহত তেখেতৰ কিছুমান ভূল কুুটনৌতিক প্ৰদক্ষেপৰ বাবে [[চীনে]] ভাৰত আক্ৰমন কৰিবলৈ সুবিধা পাইছিল । যি সময়ত তেওঁ দিল্লীত বহি হিন্দী চীনি ভাই ভাইৰ কথা চিঞৰি আছিল তাৰ থিক কেইদিনমানৰ ভিতৰতে চিনেকৰিছিল। উত্তৰ পূৱ আক্ৰমণ কৰিছিল ৷ ভাৰত সীমান্তত '''থাংগালা পাহাৰ'''মালা দখল কৰি ধলা পোষ্ট পৰ্যন্ত আক্ৰমণ কৰিছিল। ই [[মেকমোহন]] লাইনৰ সীমা। তাৰপিছত [[বমডিলা]] হৈ ভাৰতৰ ভালেমান সমতল ভূমি দখল কৰেকৰাৰ আনকিপিছত হাঠাত্ ১৯৬২ চনৰ ২৪ অক্টোৱৰত চীনে একতৰফীয়া সৈন্য অপসৰণৰ নীতি ঘোষনা কৰি চীনাউভতি সৌন্যযায়।<ref তেজপুৰname="জৱাহৰলাল পায়হি৷নেহৰু"/>
অৱশেষত তেখেতে চীনৰ ওচৰত হাৰ মানি উপায়হীন হৈ অল ইণ্ডিয়া ৰেডিঅত ঘোষনা কৰে "My heart goes to people of Northeast " ৷ ১৯৬২ চনৰ ২৪ অক্টোৱৰত চীনে একতৰফীয়া সৈন্য অপসৰণৰ নীতি ঘোষনা কৰি উভতি যায়।<ref name="জৱাহৰলাল নেহৰু"/>
 
==নেহৰুৰ দিনপঞ্জী==
দেশৰ এই অক্লান্ত কৰ্মী গৰাকীৰ জীৱনৰ তালিকা হৈছে, তেওঁ নিশা ৩ বজাতহে বিচনালৈ গৈছিল আৰু শোৱা পাটি ত্যাগ কৰিছিল ৭.৩০ মিনিটত। ৭.৩০ মিনিটৰ পৰা এঘণ্টাৰ বাবে যোগ সাধনা কৰি পুৱাৰ আহাৰ গ্ৰহণ কৰিছিল। পিছত বহিঃৰাজ্য পৰিক্ৰমা দপ্তৰলৈ গৈ নানা আলোচনাত ভাগ লৈছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল ১.৪৫ মিনিটত। সংসদ সভা আৰু আন আন সভাসমিতিত সন্ধ্যা ৭.৩০ বজালৈকে ব্যস্ত আছিল। তাৰপিছত সহকৰ্মী, মন্ত্ৰী বা সাংবাদিকক দেখা কৰে। ৰাতিৰ আহাৰ গ্ৰহণ কৰে ৯ বজাত। ৰাতিলৈ নিজৰ চিঠি পত্ৰ পঢ়া, চেক্ৰেটাৰীৰ লগত পৰামৰ্শ কৰা, বাতৰি কাকত আৰু গ্ৰন্থ অধ্যয়নত ব্যস্ত হৈ পৰে। তেওঁ ভ্ৰমণৰ সময়তো নিজৰ বাহনত ফাইল আদিৰ কাম কৰিছিল। তেওঁৰ অপৰিসীম বৰঙণিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁলৈ ১৯৫৫ চনত ভাৰত-ৰত্ন উপাধি প্ৰদান কৰিছিল।