শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 নং শাৰী:
ইংৰাজী energy শব্দটোৰ মূল হৈছে পুৰণি [[গ্ৰীক]] ভাষাৰ ἐνέργεια energeia, অৰ্থাৎ [[কাৰ্য]]। খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত এৰিষ্টতলৰ সময়ত এই শব্দটোৰ প্ৰথম আৱিৰ্ভাব হৈছিল। পাছত ১৭শ শতিকাত, গতফ্ৰাইড লেইবনিজে [[লেটিন]] শব্দ vis viva আগবঢ়ায়, যিয়ে কোনো বস্তুৰ [[ভৰ]] আৰু [[বেগ]]ৰ বৰ্গফলৰ পুৰণফলক বুজায়। আৰু তেওঁ বিশ্বাস কৰিছিল যে vis viva সদায় সংৰক্ষিত হৈ থাকে। ১৮০৭ চনত থমাছ ইয়ঙে পোনপ্ৰথমবাৰৰ বাবে সম্ভৱতঃ [[ইংৰাজী]] energy শব্দৰ ব্যৱহাৰ কৰে।
 
[[শ্ৰেণী:শক্তি (পদাৰ্থ বিজ্ঞান)|*]]
"https://as.wikipedia.org/wiki/শক্তি"ৰ পৰা অনা হৈছে