গতি শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
21 নং শাৰী:
==ইতিহাস==
 
[[ইংৰাজী]] kinetic শব্দৰ গুৰিতে আছে [[গ্ৰীক]] শব্দ κίνησις kinesis, যাৰ অৰ্থ হৈছে 'গতি'। গতিশক্তি আৰু [[স্থিতিশক্তি[]]ৰ মাৰ দ্বিবিভাজন [[এৰিষ্টটল]]ৰ actuality আৰু potentiality ৰ ধাৰণাৰ পৰা জানিব পৰা যায়<ref>{{cite book |title=Logic in Reality |edition=illustrated |first1=Joseph |last1=Brenner |publisher=Springer Science & Business Media |year=2008 |isbn=978-1-4020-8375-4 |page=93 |url=https://books.google.com/books?id=Jnj5E6C9UwsC}} [https://books.google.com/books?id=Jnj5E6C9UwsC&pg=PA93 Extract of page 93]</ref>।
 
গটফ্ৰাইড লেইবনিজ আৰু জনান বাৰ্ণলিয়ে পোন প্ৰথমে [[ধ্ৰুপদী বলবিজ্ঞান]]ৰ সূত্ৰ ''E ∝ mv<sup>2</sup>'' আগবঢ়াইছিল। তেওঁলোকে গতিশক্তিক living force, vis viva([[লেটিন]]) হিচাপে ব্যাখ্যা আগবঢ়াইছিল। পাছত নেডাৰলেণ্ডৰ উইলিয়াম গ্ৰেভছেণ্ডে এই সম্পৰ্কটোৰ পৰীক্ষামূলক প্ৰমাণ আগবঢ়ায়। বেলেগ বেলেগ জোখৰ ওজন বেলেগ বেলেগ উচ্চতাৰ পৰা পেলাই দি তেওঁ নিৰ্ণয় কৰিছিল যে বোকাত যিমান গভীৰতালে ওজনটো সোমাই যায়, সেয়া গতিৰ প্ৰভাৱৰ(impact speed) বৰ্গৰ সমানুপাতিক।
"https://as.wikipedia.org/wiki/গতি_শক্তি"ৰ পৰা অনা হৈছে