ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎Interface adminship: নতুন অনুচ্ছেদ
182 নং শাৰী:
* সমৰ্থন জনালোঁ। [[সদস্য:Ani ttbr|Ani ttbr]] ([[সদস্য বাৰ্তা:Ani ttbr|talk]]) 12:03, 30 January 2019 (ইউ.টি.চি.)
* পূৰ্ণ সমৰ্থন থাকিল৷ যিমানখিনি পাৰো, সহায়-সহযোগ আগবঢ়াম৷ [[সদস্য:Babulbaishya|বাবুল বৈশ্য]] ([[সদস্য বাৰ্তা:Babulbaishya|talk]]) 03:37, 4 February 2019 (ইউ.টি.চি.)
 
== Interface adminship ==
 
অসমীয়া ৱিকিপিডিয়াৰ কোনো ইণ্টাৰফেইচ প্ৰশাসক নথকাৰ বাবে কাৰিকৰী কামসমূহ কৰিবলৈ মই স্থায়ী ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে আবেদন কৰিছোঁ। অসমীয়া ৱিকিপিডিয়াত এজন সদস্য আৰু প্ৰশাসক হিচাপে মই সাধ্য অনুসাৰে বৰঙণি আগবঢ়াই আহিছোঁ। মই ভাবোঁ ইণ্টাৰফেইচৰ কাম-কাজবোৰ কোন অসুবিধা নোহোৱাকৈ মই আগবঢ়াই নিব পাৰিম। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 10:04, 9 February 2019 (ইউ.টি.চি.)
 
As there is no Interface admin in Assamese wikipedia, I would like to nominate myself for '''Interface adminship''' on permanent basis to perform some regular and necessary technical tasks. I've been contributing to Assamese wikipedia as general user and sysop to the best of my capacity for the past few years and I believe I'll be able to handle the interface part.
[[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 10:04, 9 February 2019 (ইউ.টি.চি.)
 
===হয় Yes===
 
 
===নহয় No===
 
 
===মন্তব্য Comment===