"এৰিষ্ট'টল"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

18 বাইট বিলোপ কৰা হ’ল ,  2 বছৰৰ পূৰ্বে
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
এৰিষ্টটলে বিশ্বাস কৰিছিল যে কিছুমান চিন্তাৰ সমষ্টিৰে মনলৈ আনি দিয়া বিশেষ মুদ্ৰণবোৰ তিনিধৰণৰ সম্পৰ্কেৰে ইটো-সিটোৰ সৈতে সংযোজিত হৈ থাকে৷ এইবোৰ হৈছে-মিল (similarity),অমিল (contrast) আৰু সংস্পৰ্শ (contiguity)৷ এই তিনিটাই তেওঁৰ 'Laws of Association' ৰ মূল উপাদান৷ এৰিষ্ট'টলে ধাৰণা কৰিছিল যে অতীতৰ অভিজ্ঞতাসমূহ মানুহৰ মনতে লুকাই থাকে৷ এটা শক্তিয়ে প্ৰকৃতি অভিজ্ঞতাটো এই পূৰ্বৰ অভিজ্ঞতাসমূহ জাগ্ৰত কৰি উলিয়াই আনে৷ তেওঁৰ মতে সংযোগ (association) হৈছে মানসিক সত্ত্বাত লুকাই থকা এক শক্তি৷ ই পুৰ্বৰ অভিজ্ঞতাৰ অপ্ৰকাশিক অংশক জাগ্ৰত কৰি তোলে আৰু মনত পেলোৱাত সহায় কৰে৷ {{sfn|Warren|1921|p=259}}
 
==চিন্তা (Thought)==
===যুক্তি (Logic)===
[[File:Aristotle in Nuremberg Chronicle.jpg|thumb|upright|Aristotle portrayed in the 1493 ''[[Nuremberg Chronicle]]'' as a scholar of the 15th century A.D.]]
এৰিষ্ট'টলে পোনপ্ৰথমে যুক্তি সম্পৰ্কীয় চিন্তা চৰ্চা কৰা বুলি জনা যায়৷ তেওঁৰ ধাৰণাসমূহ উনৈশ শতিকা পৰ্যন্ত পশ্চিমীয়া দেশসমূহত প্ৰভূতভাৱে প্ৰচলিত আছিল৷<ref>Corcoran, John (2009). “Aristotle's Demonstrative Logic”. History and Philosophy of Logic, 30: 1–20.</ref>
1,451

টা সম্পাদনা