চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
11 নং শাৰী:
| death_date = {{Death date and age|1970|11|21|1888|11|7|df=y}}
| death_place = বাংগালোৰ
| occupation = [[বিজ্ঞানী]], [[গাণিতিকগণিতজ্ঞ]], [[অধ্যাপক]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
29 নং শাৰী:
| influences =
| influenced =
| awards = [[ভাৰত- ৰত্ন বঁটা]] (১৯৫৪)<br> [[ন'বেল বঁটা]] (১৯৩০)<br>[[নাইট উপাধি]](১৯২৯)<br>[[ম্যাটুৰ্হচি সোনৰসোণৰ বঁটা]](১৯২৯)<br>[[লেলিন বঁটা]](১৯৫৭)
| signature = Chandrashekhara Venkata Raman, signature.svg
| signature_alt =
| website =
}}
''' চন্দ্ৰশেখৰ ভেঙ্কটৰমণ '''({{lang-en|Chandrasekhara ChandraVenkata Sekhar VenkotromonRaman}})(১৮৮৮-১৯৭০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। [[ভাৰত]]লৈ [[ন'বেল বঁটা]]ৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত চাৰছাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণ অন্যতম। [[এচিয়াএছিয়া]]ৰ ভিতৰতে ১৯৩০ চনত [[বিজ্ঞান]] বিষয়ত ন'বেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেঙ্কটৰমণ আছিল প্ৰথম গৰাকী ব্যক্তি। এই গৰাকী বিশিষ্ট বিজ্ঞানীক [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] ১৯৫৪ চনত [[ভাৰত ৰত্ন]] উপাধিৰে সন্মানিত কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি [[পেৰিচপেৰিছ]], [[ৰাছিয়া]], হাঙ্গেৰীৰ অকাডেমী অফ চায়েন্সছায়েন্স আদি অনুষ্ঠানে তেওঁক সদস্য হিচাপে লোৱাৰ উপৰিও [[ইউৰোপ]] আৰু অনেক ভাৰতীয় বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল।<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬, ১৭,১৮,১৯}}</ref>
 
==জন্ম আৰু শিক্ষা==
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে