ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (বিবিধ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

502 নং শাৰী:
Hello all, starting from 21 February (International Mother Language Day) we are starting an SVG Translation Campaign. [[:c:Commons:SVG Translation Campaign 2019 in India|SVG Translation Campaign 2019]] in India is a planned 38-day long campaign to translate the English-labelled SVG files into Indian languages for use on regional language Wikipedias. Often, we see English-labelled SVG files being used on Indian Wikipedias, this campaign also helps us to have localised SVG files with labels in regional languages to be used on Wikipedias. All the communities are invited to actively take part in the campaign, you can sign-up yourself as a "Language organiser" for your language at [[:c:Commons:SVG Translation Campaign 2019 in India/Organisers]] (more details will follow after you signup). Kindly ping me if you have any questions. [[সদস্য:KCVelaga|KCVelaga]] ([[সদস্য বাৰ্তা:KCVelaga|talk]]) 10:30, 4 February 2019 (ইউ.টি.চি.)
:Pinging some users for attention, {{ping|Gitartha.bordoloi|Joli|Manjil Konwar|দিব্য দত্ত|Chiring chandan|SlowPhoton|Ani ttbr}} [[সদস্য:KCVelaga|KCVelaga]] ([[সদস্য বাৰ্তা:KCVelaga|talk]]) 10:32, 4 February 2019 (ইউ.টি.চি.)
 
== ৱিকি লাভ্‌ছ ৱুমেন ২০১৯- ভাৰত ==
 
নমস্কাৰ,
 
অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।
 
এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!
 
বিতংকৈ জানিবলৈ: https://as.wikipedia.org/wiki/ৱিকিপিডিয়া:ৱিকি_লাভ্‌ছ_ৱুমেন_২০১৯ চাওক।
[[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 11:57, 11 February 2019 (ইউ.টি.চি.)