বালি, ইণ্ডোনেছিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
47 নং শাৰী:
'''বালি''' [[ইণ্ডোনেছিয়া|ইণ্ডোনেছিয়াৰ]] এক দ্বীপ অঞ্চল আৰু প্ৰদেশ। বালি আৰু ইয়াৰ কাষৰ কিছু ক্ষুদ্ৰ দ্বীপ ''নুচা পেনিদা'', ''নুচা লেমবনগান'' আৰু ''নুচা চেনিনগানৰ'' লগ লাগি এই প্ৰদেশ গঠিত হৈছে। ইয়াৰ ৰাজধানী হৈছে ''ডেনপাচাৰ''। ই দ্বীপটোৰ দক্ষিণাঞ্চলত অৱস্থিত।
 
পূব জাভা অঞ্চলৰ ৩.২ কিলোমিটাৰ দূৰত বালি দ্বীপ অৱস্থিত। বালি প্ৰণালীৰ দ্বাৰা বালি আৰু জাভা পৃথক হৈছে। পূবৰ পৰা পশ্চিমলৈ দ্বীপটো ১৫৩ কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ ১১২ কিলোমিটাৰ। নুচা পেনিদা জিলা বাদ দি প্ৰশাসনিকভাবে ইয়াৰ মাটিকালীমাটিকালি ৫,৭৮০ বৰ্গকিলোমিটাৰ।<ref>{{cite web|title=Kabupaten Klungkung, Data Agregat per Kecamatan|url=http://sp2010.bps.go.id/files/ebook/5105.pdf|date=2010|website=Sp2010.bps.go.id}}</ref> জনঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত প্ৰায় ৭৫০ জন।
 
২০১০ চনৰ লোকপিয়ল অনুযায়ী অঞ্চলটোৰ জনসংখ্যা ৩৮,৯০,৭৫৭ জন<ref>{{cite web|url=http://www.citypopulation.de/Indonesia-MU.html |title=Indonesia (Urban City Population): Provinces & Cities – Statistics & Maps on City Population |publisher=Citypopulation.de |date=1 May 2010 |accessdate=30 December 2012}}</ref> আৰু ২০১৪ চনৰ জানুৱাৰীৰ অনুমান অনুসৰি ৪২,২৫,৩৮৪ জন।<ref>{{cite web|url=http://www.thejakartapost.com/news/2012/12/17/bali-faces-population-boom-now-home-42-million-residents.html |title=Bali faces population boom, now home to 4.2 million residents |publisher=Bali Daily via The Jakarta Post |author=Ni Komang Erviani|date=17 December 2012 |accessdate=30 December 2012}}</ref> দ্বীপটোৰ অধিকাংশ লোক [[হিন্দু ধৰ্ম|হিন্দু ধৰ্মালম্বী]]। ২০১০ চনৰ তথ্য অনুসৰি বালিৰ জনসংখ্যাৰ ৮৩.৫% শতাংশই বালীয় হিন্দু।<ref name=census2010>[http://sp2010.bps.go.id/index.php/site/tabel?tid=321&wid=0 Penduduk Menurut Wilayah dan Agama yang Dianut] (2010 Census). bps.go.id</ref> বাকী লোকসকলৰ হৈছে [[ইছলাম ধৰ্ম|ইছলাম]] (১৩.৪%), [[খ্ৰীষ্টান ধৰ্ম|খ্ৰীষ্টান]] (২.৫%) আৰু [[বৌদ্ধ ধৰ্ম|বৌদ্ধ]] (০.৫%) ধৰ্মালম্বী।<ref>{{cite web|url=https://sp2010.bps.go.id/index.php/site/tabel?tid=321&wid=5100000000|title=Population by Region and Religion: Bali Province }}</ref>
58 নং শাৰী:
| title = Bali | publisher = Periplus Editions | year = 1995 | location = Singapore | pages = 24–25 | isbn = 9625930280}}</ref> সাংস্কৃতিক আৰু ভাষাগত দিশৰ পৰা বালিৰ লোকসকল ইণ্ডোনেছিয়া দ্বীপপুঞ্জ, [[মালয়েছিয়া]], [[ফিলিপাইন]] আৰু [[ওচেনিয়া|ওচেনিয়াৰ]] লোকসকলৰ সৈতে ওচৰ সম্পৰ্ক দেখা যায়।<ref name=Hinzler/>
 
জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ হিচাপে বালিৰ সুনাম আছে।<ref>{{Cite web|url=http://www.indonesia.travel/en/discover-indonesia/region-detail/35/bali|title=Discover Indonesia}}</ref> প্ৰাচীন আৰু আধুনিক নৃত্যকলা, ভাস্কৰ্য, চিত্ৰকলা, সংগীত, চামৰা আৰু ধাতবশিল্পৰ উচ্চ পৰ্যায়ৰ শিল্পকলাৰ বাবে অঞ্চলটোৱে বিশেষ গুৰুত্বতা পায়ছে। বাৰ্ষিক ইণ্ডোনেছীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইয়াতে অনুষ্ঠিত হয়। বিংশ শতাব্দীত পৰ্যটনৰ দিশত অঞ্চলটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰে। সাম্প্ৰতিককালত বালিত ২০১১ চনৰ [[দক্ষিণ-পূব এচিয়এচীয় ৰাষ্ট্ৰসমূহৰ সংগঠন|এচিয়েন]] সম্মিলন, ২০১৩ চনৰ [[Asia-Pacific Economic Cooperation|এপেক]] সম্মিলন আৰু [[মিচ ৱৰ্ল্ড]] সুন্দৰী প্ৰতিযোগিতা, ২০১৮ চনৰ [[আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি]] আৰু [[বিশ্ব বেংক|বিশ্ব বেংকৰ]] বাৰ্ষিক সভা অনুষ্ঠিত হৈছে।
 
প্ৰৱাল ত্ৰিভূজত্ৰিভুজ বা ক'ৰাল ট্ৰায়াঙ্গলৰ অংশ হিচাপে এই অঞ্চলটি সামুদ্ৰিক প্ৰজাতিৰ জীৱবৈচিত্ৰতজীৱবৈচিত্ৰ্যত অতি চহকী।<ref>{{Cite book|url=https://books.google.com/books?id=-wDJBQAAQBAJ|title=Arguments for Protected Areas: Multiple Benefits for Conservation and Use|last=Dudley|first=Nigel|last2=Stolton|first2=Sue|date=2010-08-12|publisher=Routledge|isbn=9781136542923}}</ref> কেবলকেৱল এই অঞ্চলতে পাঁচ শতাধিক প্ৰৱাল প্ৰাচীৰ গঢ়া প্ৰজাতিৰ প্ৰাণীৰপ্ৰাণী পোৱা যায়। এই সংখ্যা তুলনামূলকভাৱে সম্পূৰ্ণ কেৰিবীয়ান অঞ্চলৰ প্ৰায় সাত গুণ বেছি।<ref>{{cite web|url=http://coralreef.noaa.gov/aboutcorals/facts/coral_species.html |title=Species diversity by ocean basin |publisher=NOAA Coral Reef Conservation Program |date=9 May 2014 |deadurl=yes |archiveurl=https://web.archive.org/web/20140512230756/http://coralreef.noaa.gov/aboutcorals/facts/coral_species.html |archivedate=12 May 2014 |df=dmy }}</ref>
 
== দ্বিতীয় বিশ্বযুদ্ধ ==
[[দ্বিতীয় বিশ্বযুদ্ধ|দ্বিতীয় বিশ্বযুদ্ধৰ]] সময়ত জাপানে বালি দখল কৰে। ১৯ ফেব্ৰুৱাৰী, ১৯৪২ তাৰিখে জাপানী বাহিনী চহৰখনৰ কাষত অৱতৰণ কৰে আৰু ক্ষিপ্ৰতাৰে দ্বীপটোক কৰায়ত্ত্ব কৰে।<ref>{{cite web|author = Klemen, L |url= http://www.dutcheastindies.webs.com/bali.html |title= The Capture of Bali Island, February 1942 |date=1999–2000 |work=Forgotten Campaign: The Dutch East Indies Campaign 1941–1942}}</ref> ওলন্দাজ সকলৰ শাসনৰ তুলনাত জাপানী শাসন অধিক সহনীয় আছিল।<ref name=Haer>{{cite book|author1=Haer, Debbie Guthrie |author2=Morillot, Juliette |author3=Toh, Irene |lastauthoramp=yes |ref=Haer|title=Bali, a traveller's companion|publisher=Editions Didier Millet|year= 2001|isbn=978-981-4217-35-4}}</ref> ১৯৪৫ চনৰ আগষ্টত জাপানৰ আত্মসমৰ্পণৰ পাছত ওলন্দাজসকল ইণ্ডোনেছিয়ালৈ প্ৰত্যাবৰ্তনপ্ৰত্যাৱৰ্তন কৰে আৰু ঔপনিবেশিক শাসন চলায় যায়। ১৯৪৯ চনৰ ২৯ ডিচেম্বৰত বালি ওলন্দাজৰ ঔপনিবেশিক শাসনৰ পৰা মুক্তি লাভ কৰে।<ref>{{cite book|author1=Andy Barski, Albert Beaucort |author2=Bruce Carpenter, Barski|title=Bali and Lombok|year=2007|publisher=Dorling Kindersley, London|isbn=978-0-7566-2878-9|page=51}}</ref>
 
== জীৱবৈচিত্ৰ ==
বালিত প্ৰায় ২৮০ প্ৰজাতিৰ চৰাই আছে। ইয়াৰ মাজৰে [[বালি শালিকা]] নামৰ প্ৰজাতিটোৰ অৱস্থা [[সংৰক্ষণ স্থিতি|ঘোৰ সংকটজনকসংকটাপন্ন]] অৰ্থাৎ ই বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে। বিংশ শতাব্দীত আৰম্ভণিলৈকে বালিতে কিছু বৃহৎ আকাৰৰ স্তণ্যপায়ী প্ৰাণীও আছিল। ১৯৩৭ চনত অন্তিমটো [[বালি বাঘ|বালি বাঘক]] দেখা পোৱা গৈছিল। ১৯৪০ দশকৰ পৰা ১৯৫০ দশকলৈ বালি বাঘেৰবাঘৰ উপ-প্ৰজাতি এটাও দেখা গৈছিল।<ref>[http://oldredlist.iucnredlist.org/details/41682/0 IUCN Red List of Threatened Species]. Retrieved 24 June 2010</ref>
 
== পৰ্যটন ==
তিনি দশক পূৰ্বে বালিৰ অৰ্থনীতিৰ অধিকাংশই আছিল কৃষিভিত্তিক। বৰ্তমানে পৰ্যটনশিল্প আয়ৰ প্ৰধান ক্ষেত্ৰ, যাৰ ফলত বালি ইণ্ডোনেছিয়াৰ অন্যতম সম্পদশালী অঞ্চল হিচাপে পৰিগণিত হৈছে। ২০০৩ চনৰ বালিৰ অৰ্থনীতিৰ ৮০% আছিল পৰ্যটন সম্পৰ্কীয়।<ref name="tourism">[http://www.time.com/time/magazine/article/0,9171,393799,00.html Desperately Seeking Survival] ''Time''. 25 November 2002.</ref> ২০০২ আৰু ২০০৫ চনৰ সন্ত্ৰাসবাদী আক্ৰমণে বালিৰ অৰ্থনীতিত ব্যাপকভাবে ঋণাত্মক প্ৰভাবপ্ৰভাৱ পেলায়। পিছে বৰ্তমানে পৰ্যটনশিল্প পুনৰ ঠন ধৰি উঠিছে।
 
==তথ্য সংগ্ৰহ==