অপাৰেচন বজৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''অপাৰেচন বজৰঙ''' হৈছে ১৯৯০চনৰ ২৮নৱেম্বৰত ভাৰতীয় সেনাবাহিনীয়ে আলফাৰ বিৰুদ্ধে চলোৱা এটা অভিযান।লক্ষীপথাৰৰঅভিযান। লক্ষীপথাৰৰ লাংকাচি আৰু দিমৰুহোলা গাঁৱত সেনাৰ এই অভিযান চলিছিল।সেই সময়ত অসমত অসম গণ পৰিষদৰ চৰকাৰ চলি আছিল।যদিওআছিল। যদিও অপাৰেচনৰ আগে আগে চৰকাৰখন ভাঙি দি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্ত্তন কৰা হৈছিল।
 
=আঁৰৰ কাহিনী=
 
আলফাই সেইসময়ত ধনদাবী, হত্যা, অপহৰণ আদি বিভিন্ন সন্ত্ৰাসমূলক কাৰ্যকলাপ চলাই গৈছিল।আলফাই ডুমডুমাত সাতখন চাহবাগিছা থকা ইউনিলিভাৰ কোম্পানী আৰু [[গুৱাহাটী চাহ নিলাম কেন্দ্ৰ]]ৰ পৰা বছৰি বিক্ৰী হোৱা মুঠ চাহৰ ৬০% চাহ ক্ৰয় কৰা ব্ৰুকলেণ্ড আৰু লিপ্টন কোম্পানীক চাৰে তিনি কোটি টকা দিবলৈ আদেশ দিয়ে।ইউনিলিভাৰ কোম্পানীৰ ভাৰতৰ শাখা হিন্দুস্তান ইউনিলিভাৰে তেওঁলোকৰ লণ্ডণৰলণ্ডনৰ কাৰ্য্যালয়ক এই বিষয়ে অৱগত কৰে।লণ্ডণৰকৰে।লণ্ডনৰ কাৰ্য্যালয়ৰ ভাৰতৰ সেইসময়ৰ উচ্চায়ুক্ত কুলদীপ নায়াৰৰ সৈতে সুসম্পৰ্ক আছিল।গতিকে এই বিষয়টো কুলদীপ নায়াৰক জনোৱাত তেওঁ ভাৰত চৰকাৰক আলফাৰ ওপৰত কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনায়।সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে অসমত অপাৰেচন বজৰঙ চলাবলৈ সিদ্ধান্ত কৰে।<ref name="hindustan">{{cite news | url=https://www.hindustantimes.com/books/book-excerpt-the-ulfa-tea-estate-extortion-that-led-to-operation-bajrang-in-1990/story-BcG3Co17v7aI006WpN1npO.html | title=Book excerpt: The ULFA tea estate extortion that led to Operation Bajrang in 1990 | date=Aug 30, 2017 | agency=Hindustan Times | accessdate=16 February 2019}}</ref>
 
তদুপৰি আলফাই ১৯৮৯-৯০ৰ ভিতৰত বহুকেইটা হত্যাকাণ্ড সংঘটিত কৰিছিল।তাৰ ভিতৰত আছিল উদ্যোগপত স্বৰাজ পালৰ ভায়েক সুৰেন্দ্ৰ পাল,ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী,অইল ইণ্ডিয়াৰ প্ৰৱন্ধক পিকেডিপি কে ডি ৰামামূৰ্তী,কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ জিএল হৰলকাহৰলালকা আৰু হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্প’ৰেচনৰ প্ৰৱন্ধক ডি চলিহাপ্তদুপৰিচলিহা৷ তদুপৰি আলফাই গুৱাহাটী শোধনাগাৰৰ সাধাৰণ প্ৰ্ৱন্ধকপ্ৰৱন্ধক এইচ কে এল দাসক অপহৰণ কৰিছিল যদিও পিছত এৰি দিয়ে<ref name="hindustan">{{cite news | url=https://www.hindustantimes.com/books/book-excerpt-the-ulfa-tea-estate-extortion-that-led-to-operation-bajrang-in-1990/story-BcG3Co17v7aI006WpN1npO.html | title=Book excerpt: The ULFA tea estate extortion that led to Operation Bajrang in 1990 | date=Aug 30, 2017 | agency=Hindustan Times | accessdate=16 February 2019}}</ref>।
 
=পৰিকল্পনা=
 
[[ৰিচাৰ্ছ এণ্ড এনালাইচিচ উইং]],ইণ্টেলিজেন্স ব্যুৰ’ আৰু ভাৰতীয় সেনাৰ চোৰাচোৱাং সংস্থাই একেলগে মিলিত হৈ ডুমডুমাত থকা চাহবাগানৰ কৰ্মীসকল উলিয়াই আনিবলৈ পৰিকল্পনা প্ৰস্তুত কৰে।লণ্ডন,ক’লকাতা কলকাতা আৰু ডুমডুমাৰ মাজত ক্ষীপ্ৰ যোগাযোগৰ বাবে দিল্লীত এটা নিয়ন্ত্ৰ্ণনিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ’ল।৮নৱেম্বৰৰহ’ল।৮ নৱেম্বৰৰ দিনা এখন বয়িং বিমানেৰে চাহবাগানৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালসকলক ডুমডুমাৰ পৰা উলিয়াই অনা হ’ল<ref name="hindustan">{{cite news | url=https://www.hindustantimes.com/books/book-excerpt-the-ulfa-tea-estate-extortion-that-led-to-operation-bajrang-in-1990/story-BcG3Co17v7aI006WpN1npO.html | title=Book excerpt: The ULFA tea estate extortion that led to Operation Bajrang in 1990 | date=Aug 30, 2017 | agency=Hindustan Times | accessdate=16 February 2019}}</ref>।
 
ছেপ্তেম্বৰ মাহতেই ভাৰত পাকিস্তান সীমান্তত কাম কৰি থকা লিউটেনেণ্টলেফটেনেণ্ট জেনেৰেল অজয় সিঙক ৰাজ্যখনৰ আইন শৃঙ্খলা পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ তেজপুৰলৈ বদলি কৰি অনা হৈছিল।১৮নৱেম্বৰহৈছিল। ১৮ নৱেম্বৰ, ১৯৯০ৰ দিনা তেখেতক ক’লকাতালৈকলকাতালৈ মাতি নি অপাৰেচনৰ পৰিকল্পনাৰ বিষয়ে কোৱা হ’ল।উল্লেখযোগ্যহ’ল। উল্লেখযোগ্য যে এই অভিযানৰ পৰা অসম আৰক্ষীক সম্পূৰ্ণ নিলগাই ৰখা হৈছিল<ref name="hindustan">{{cite news | url=https://www.hindustantimes.com/books/book-excerpt-the-ulfa-tea-estate-extortion-that-led-to-operation-bajrang-in-1990/story-BcG3Co17v7aI006WpN1npO.html | title=Book excerpt: The ULFA tea estate extortion that led to Operation Bajrang in 1990 | date=Aug 30, 2017 | agency=Hindustan Times | accessdate=16 February 2019}}</ref>।
 
=অভিযান=
17 নং শাৰী:
২৬নৱেম্বৰৰ দিনা ৩০হাজাৰ ভাৰতীয় সেনা অসম অভিমুখে ৰাওনা হ’ল।সেইদিনাই [[অসম গণ পৰিষদ]] চৰকাৰখন ভংগ কৰা হ’ল।আলফাক ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা হৈছিল।
 
৯জুন,১৯৯০ত ধৰা পৰা তিনিজন আলফা সদস্যৰ পৰা সেনাই ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আলফা শিবিৰৰ সম্ভেদ পাইছিল।২৮নৱেম্বৰৰ পুৱঁতিপুৱতি নিশা প্ৰায় ডেৰ বজাত ডিব্ৰুগড় জিলা সমিতিৰ মূখ্যমুখ্য কাৰ্য্যালয়ত প্ৰথমটো আক্ৰমণ চলে<ref name="hindustan">{{cite news | url=https://www.hindustantimes.com/books/book-excerpt-the-ulfa-tea-estate-extortion-that-led-to-operation-bajrang-in-1990/story-BcG3Co17v7aI006WpN1npO.html | title=Book excerpt: The ULFA tea estate extortion that led to Operation Bajrang in 1990 | date=Aug 30, 2017 | agency=Hindustan Times | accessdate=16 February 2019}}</ref>।অৱশ্যে আগতীয়া উমান পোৱা বাবে তাৰে সদস্যসকলে আক্ৰমণটো ভেটা দিবলৈ সক্ষম হয়।দুজনমান সদস্য আহত হয় যদিও কোনো নিহত নহ’ল<ref name="time8">{{cite interview | title=28 years of Operation Bajrang, ULFA leaders share the memories of the operation. | date=28 novembar, 2018 | accessdate=16 February 2019 | interviewer=Time8 Reporter}}</ref>।শিবিৰত থকা ৭০জন সদস্যই কেইবাটাও ভাগত ভাগ হৈ পলাই সাৰিবলৈ সক্ষম হয়। তাৰে ৭দিন পিছত চৰাইপুঙত থকা দ্বিতীয়টো শিবিৰত আক্ৰমণ চলিছিল যদিও তাত থকা সদস্যসকল পলাই সাৰিবলৈ সক্ষম হৈছিল<ref name="time8">{{cite interview | title=28 years of Operation Bajrang, ULFA leaders share the memories of the operation. | date=28 novembar, 2018 | accessdate=16 February 2019 | interviewer=Time8 Reporter}}</ref>।সেনাই আলফাৰ শিবিৰসমূহ ধ্বংস কৰিছিল<ref name="telegraph">{{cite news | url=https://www.telegraphindia.com/india/ulfa-flush-out-mission/cid/816178 | title=Ulfa flush-out mission | date=24.06.03 | agency=The Telegraph | accessdate=16 February 2019}}</ref>। ৪ডিচেম্বৰৰ দিনা তিনিচুকীয়াৰ কাষৰ লক্ষীপথাৰত এটা গণকবৰ উদ্ধাৰ হৈছিল য’ত ১৫টা গলিত মৃতদেহ পোৱা হৈছিল।সেই মৃতদেহকেইটা আলফাই অপহৰণ কৰা চাহবাগানৰ কোনোবা কৰ্মচাৰীৰ মৃতদেহ বুলি সন্দেহ কৰা হৈছিল।
 
=পিছৰ ঘটনা=
 
২৮জানুৱাৰী, ১৯৯১ত আলফাই যিকোনো মধ্যস্থতাকাৰীৰ যোগেদি অভিযান সমাপ্ত কৰাব বিচাৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে আলফাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখে।৪মাৰ্চৰাখে। ৪মাৰ্চ, ১৯৯১ত আলফাই একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে।লগতে মে’ত হবলগীয়া বিধানসভা নিৰ্বাচনত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে।আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই পূৰ্বৰ ভুলৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা মাগে<ref name="refworld">{{cite web | url=https://www.refworld.org/docid/469f38951e.html | title=Chronology for Assamese in India | accessdate=16 February 2019}}</ref>।
২০এপ্ৰিলৰ দিনা অপাৰেচন বজৰঙৰ সামৰণি মৰা হয়<ref name="EPW">{{cite journal | url=https://www.epw.in/journal/1991/37/uncategorised/assam-drifting-disaster.html | title=Assam-Drifting to disaster | journal=Economic and Political Weekly | year=1991 | month=septembar | volume=26 | issue=37}}</ref>।