পুঁজিবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
'''পুঁজিবাদ''' (ইং[[ইংৰাজী]]: Capitalism) হৈছে একপ্ৰকাৰৰএক প্ৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতি য’ত ব্যৱসায়, [[উদ্যোগ]] আৰু উৎপাদনৰ কাৰক বা উপাদানসমূহ সম্পূৰ্ণৰূপে নাইবা অধিকাংশই ব্যক্তিগত মালিকাধীন। ব্যক্তিগত প্ৰতিষ্ঠান বা মালিকীস্বত্বৰ উদ্দেশ্যে সাধাৰণতে লাভ আহৰণ কৰা যদিও কোনো অলাভকাৰী প্ৰতিষ্ঠানৰো মালিকীস্বত্ব ব্যক্তিগত হ’ব পাৰে।<ref>[http://oxforddictionaries.com/definition/english/capitalism "Capitalism"] ''Oxford Dictionaries''. "capitalism. an [[economic]] and political system in which a country's trade and industry are controlled by private owners for profit, rather than by the state." Retrieved 4 January 2013.</ref><ref>Chris Jenks. ''Core Sociological Dichotomies''. "Capitalism, as a mode of production, is an economic system of manufacture and exchange which is geared toward the production and sale of commodities within a market for profit, where the manufacture of commodities consists of the use of the formally free labor of workers in exchange for a wage to create commodities in which the manufacturer extracts surplus value from the labor of the workers in terms of the difference between the wages paid to the worker and the value of the commodity produced by him/her to generate that profit." London, England, UK; Thousand Oaks, California, USA; New Delhi, India: SAGE. p. 383.</ref> পুঁজিবাদৰ বৈশিষ্ট্যসমূহৰ ভিতৰত ব্যক্তিগত সম্পত্তি, মূলধন আহৰণ, মজুৰিপ্ৰাপ্ত বনুৱা আৰু কোনো কোনো ক্ষেত্ৰত পূৰ্ণ প্ৰতিযোগিতা সম্বলিত বজাৰেই প্ৰধান।<ref>Heilbroner, Robert L. [http://www.dictionaryofeconomics.com/article?id=pde2008_C000053 "capitalism."] Durlauf, Steven N.and Lawrence E. Blume, eds., ''The New Palgrave Dictionary of Economics''. 2nd ed. (Palgrave Macmillan, 2008) {{DOI|10.1057/9780230226203.0198}}</ref><ref>Louis Hyman and Edward E. Baptist (2014). ''[http://books.simonandschuster.com/American-Capitalism/Louis-Hyman/9781476784311 American Capitalism: A Reader].'' [[Simon & Schuster]]. ISBN 9781476784311.</ref> পুঁজিবাদী অৰ্থব্যৱস্থাৰ লেনদেন একোটাত মুক্ত বজাৰত হোৱা প্ৰতিযোগিতাৰ ভিত্তিত মূল্যসমূহ নিৰ্ধাৰণ কৰা হয়।<ref>[http://www.merriam-webster.com/dictionary/capitalism "an economic system characterized by private or corporate ownership of capital goods, by investments that are determined by private decision, and by prices, production, and the distribution of goods that are determined mainly by competition in a free market"]</ref>
 
প্ৰতিযোগিতাৰ মাত্ৰা, অৰ্থনৈতিক হস্তক্ষেপ আৰু নিয়ন্ত্ৰণৰ ভূমিকা আৰু মালিকীস্বত্ব <span class="plainlinks">[http://www.oecdobserver.org/news/archivestory.php/aid/345/Which_model_of_capitalism_.html পুঁজিবাদৰ ভাগ] অনুসৰি ভিন্ন হ’ব পাৰে]</span>।<ref name="Modern Economics 1986, p. 54">''Macmillan Dictionary of Modern Economics'', 3rd Ed., 1986, p. 54.</ref> অৰ্থনীতিবিদ, ৰাজনৈতিক অৰ্থনীতিবিদ আৰু ইতিহাসবিদসকলে বিশ্লেষণ কৰি পুঁজিবাদৰ বিভিন্ন ভাগ চিনাক্ত কৰিছে। ইয়াৰ ভিতৰত লেইছেজ ফেয়াৰ বা মুক্ত বজাৰ পুঁজিবাদ, কল্যাণকামী পুঁজিবাদ, ক্ৰ’নি (crony) পুঁজিবাদ, ব্যৱসায়িক প্ৰতিষ্ঠানমুলক পুঁজিবাদ, তৃতীয় পন্থাৰ সামাজিক গণতন্ত্ৰ আৰু ৰাষ্ট্ৰ পুঁজিবাদ। ইয়াৰে প্ৰতিটো ভাগত মুক্ত বজাৰ, মুক্ত মালিকীস্বত্ব, মুক্ত প্ৰতিযোগিতাৰ প্ৰতিৰোধক আৰু সামাজিক নীতিৰ অন্তৰ্ভুক্তিৰ মাত্ৰা ভিন্ন হ’ব পাৰে।
"https://as.wikipedia.org/wiki/পুঁজিবাদ"ৰ পৰা অনা হৈছে